প্ৰেমিক আৰু স্বামী দুয়োকে একেলগে বিচাৰে, চাওক সম্পূর্ণ ভিডিও !

WhatsApp Follow

স্বামী আৰু ৩টা সন্তানৰ সৈতে তেওঁৰ এটা পৰিয়াল আছে। অৱশ্যে পৰিয়াল থকাৰ উপৰিও ৩৪ বছৰীয়া এগৰাকী মহিলা আৰু এজন পুৰুষৰ সৈতে তেওঁৰ গোপন সম্পৰ্ক আছিল। কিন্তু গিৰিয়েকে সেই কথা কেইবছৰমান গম পোৱা নাছিল।

পিছত স্বামীয়ে গম পাই পত্নীৰ লগত এই বিষয়টোক লৈ কাজিয়া কৰিলে। পত্নীয়ে যেতিয়া দেখিলে যে সেই অবৈধ সম্পৰ্ক তাই আৰু স্বামীৰ পৰা গোপন ৰাখিব নোৱাৰে, তেতিয়া তাই স্বামীক এটা চৰ্ত দিয়ে।

পত্নীয়ে কয় যে তাইৰ প্ৰেমিকও তাইৰ লগত থাকিব। স্বামীৰ দৰে তাইও এই পৰিয়ালতে থাকিব। আনকি স্বামীক তেওঁ কয় যে ইয়াৰ দ্বাৰা পৰিয়ালটো উপকৃত হ’ব। কাৰণ তাইৰ সেই প্ৰেমিকজনীয়েও পৰিয়ালটোৰ আৱশ্যকতা বহন কৰিব।

লগতে চাওক – কি বস্তু ঠাণ্ডাত ক’লা, গৰমত ৰঙা, আৰু ব্যৱহাৰ কৰিলে বগা হয় ?

বিভিন্ন ঠাইত শ্ৰমিক হিচাপে কাম কৰি থকা স্বামীয়ে পত্নীৰ এই অনুৰোধ মানি ল’ব পৰা নাছিল। তেওঁ মান্তি নহয় বুলি স্পষ্টকৈ কৈ ঘৰৰ পৰা ওলাই গ’ল। ইয়াৰ পিছতে মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাই পোনে পোনে ওচৰৰ ইলেক্ট্ৰিক পোষ্ট এটালৈ উঠিল। মহিলাগৰাকীৰ এই কাৰ্যত সকলোৱে আতংকিত হৈ পৰিল।

এই খবৰ বিদ্যুৎ বিভাগলৈ যায়। বিদ্যুৎ বিচ্ছিন্ন কৰি বহু বুজাই-বঢ়াই মহিলাগৰাকীক পোষ্টৰ পৰা নমাই আনিলে। প্ৰেমিকক ঘৰত ৰাখিবলৈ স্বামীয়ে সন্মতি নিদিয়াত মহিলাগৰাকীয়ে নিজৰ জীৱন শেষ কৰিবলৈ ওলাইছিল। উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পিপ্ৰাইচত সংঘটিত হৈছে এই ঘটনা। ছচিয়েল মিডিয়াত ছবি আৰু ঘটনাটো বিয়পিবলৈ বেছি সময় নালাগিল।

Leave a Comment