এই কথাটো যদি সত্য হয়, যে আপুনি আপুনি যেনেকুৱা ধৰণৰ চিন্তা কৰিব, আপুনি তেনেকুৱাই হৈ যাব। তেনেহলে আপুনি এই মুহূর্তে কি চিন্তা কৰি আছে ? এটা কথা মানি লওঁক, যি আপুনি চিন্তা কৰে সেয়াই যদি হয়। তেনেহলে আপুনি কি চিন্তা কৰিব ? আপুনি কি এনে কিছুমান চিন্তা কৰিব যি আপুনি আগে কেতিয়াওঁ চিন্তা কৰা নাই। নে আপুনি বেয়া কিছুমান চিন্তা কৰিব। নে আপুনি এনেকুৱা কিছুমান চিন্তা কৰিব যি আপোনাৰ জীৱনত কোনো পৰিৱর্তন আনিব নোৱাৰে।
মই জানো আপোনাৰ ওপৰত বহুত বেছি প্রেচাৰ আছে। মই জানো আপোনাৰ ওপৰত বহুত বেছি দায়িক্ত আছে। মই জানো আপোনাৰ ওপৰত বহুত বেছি বুজা আছে। তাৰ পাছতো মই আপোনাক ক’ব খোজো, যেনেকুৱা ধৰণৰ চিন্তা কৰিব আপুনি তেনেকুৱাই হৈ যাব। সেই বাবে সকলো সময়ত ভাল ভাল চিন্তা ভাৱনা কৰক।
আপুনি যদি সেইবোৰ কথা লৈ চিন্তা কৰে, যি আপোনাৰ লগত বহু আগতেই হৈ গৈছে। যদি আপুনি এনেকুৱা কিছুমান চিন্তা কৰে, যি আপোনাক সুখ দিব নোৱাৰে। যদি আপুনি সেইবোৰ কথাক লৈ চিন্তা কৰে যা আপোনাক হতাহাত পেলাই দিয়ে। তেনেহলে এই চিন্তাবোৰ আপোনাৰ জীৱনত কোনো কামত নাহে। তেনেহলে এই চিন্তাবোৰে আপোনাৰ জীৱনক আৰু অধিক বেয়া কৰি দিব।
যদি আপুনি বিচাৰে আপোনাৰ অহাকালি যোৱাকালিৰ পৰা ভাল হওক। যদি আপুনি বিচাৰে আপোনাৰ অতিতৰ ভুলবোৰ আকৌ এবাৰ নকৰিবলৈ। তেনেহলে আজি আৰু এই মুহূর্তৰ এনেকুৱা চিন্তা কৰিবলৈ আৰাম্ভ কৰক যি আপোনাক সুখ দিব পাৰে। সেইবোৰ চিন্তা কৰা আৰাম্ভ কৰক যা আপোনাৰ মাজত পজিটিপ এনার্জি লৈ আহিব। ১) আপুনি যিকনো skill develop কৰা আৰাম্ভ কৰক। কিবা এটা শিকাৰ চেষ্টা কৰক। ২) সকলো সময়ত হাঁহি ফুর্তিত থাকিব চেস্তা কৰক। ৩) সকলোৰে লগত কথা কোৱাৰ চেষ্টা কৰক। ৪) সুন্দৰ ও ভাল কিছুমান বস্তু বনোৱাৰ চেষ্টা কৰক। ৫) নিজৰ ওপৰত বিশ্বাস ৰখাৰ চেষ্টা কৰক। ৬) পৰিশ্রম কৰাৰ চেষ্টা কৰক। ৭) কাম কৰা আৰাম্ভ কৰক। ৮) আপোনাৰ জীৱনত জিয়াই থাকিবলৈ আৰাম্ভ কৰক। ৯) আপুনি এনেকুৱা চিন্তা কৰক যি আপুনি অর্জন কৰিব বিচাৰে। ১০) আপুনি এইটো চিন্তা কৰক নিজক কেনেকৈ Motivate কৰি ৰাখিব।
আৰু পঢ়ক-
- সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে।
- কিতাপ পঢ়াৰ উপকাৰিতা।
- স্বামীক নিয়ন্ত্রণ কৰিবলৈ এই ৫ টা পৰামর্শ গ্রহণ কৰক।
- দৰিদ্ৰ হ’ব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু।
আপুনি আপোনাৰ চিন্তাক এটা চিন্তায় পৰিনত কৰক। যেনেকুৱা আপুনি চিন্তা কৰিব আপুনি তেনেকুৱাই হৈ যাব। সেই বাবে আপোনাক কেৱল ভাল চিন্তাই কৰিব লাগিব। আপোনাক এইটো চিন্তা কৰিব লাগিব আপুনি নিজক কেনেকৈ বেস্ত ৰাখিব পাৰে। এটা কথা মনত ৰাখিব কেতিয়াওঁ অইন কাৰোবাৰ দিয়া প্রেৰণা আপোনাৰ জীৱন পৰিৱর্তন কৰিব নোৱাৰে। যদি আপুনি আপোনাৰ জীৱনক পৰিৱর্তন কৰিব বিচাৰে তেনেহলে নিজে নিজক অনুপ্রাণিত কৰিব লাগিব। আপুনি তেতিয়া নিজে নিজক অনুপ্রাণিত কৰিব কৰিব পাৰিব, যেতিয়া আপুনি নিজৰ কামত সন্তুষ্ট থাকিব পাৰিব।