শিশুৰ কান্দা কমোৱাৰ উপায় ! ৪টা কাৰণত কান্দে শিশু –

Daily Job Update Follow

( Ways to reduce baby crying ) আমাৰ সকলোৰে ঘৰত শিশু থাকে, আৰু আমি সকলোৱে শিশুক ভালপাওঁ ! কিন্তু যেতিয়া সেই শিশুৱে কান্দা-কাটি কৰে তেতিয়া আমাৰ মনটো বেয়া লাগে । বেয়া লগাৰ কাৰণো আছে কাৰণ আমি সেই শিশুক বহুত ভালপাওঁ, আমি আজি এই আর্টিকেলটোত কথা পাতিম কেনেকৈ এটা শিশুৰ কান্দা কমোৱাব পাৰি, জানিবলৈ সম্পূর্ণ পঢ়িব –

১) ভোখ লগা, ভোখ সকলোৰে থাকে কিন্তু শিশুৰ ক্ষেত্রত সেয়া বহু পৃথক, আমাৰ যেতিয়া ভোখ লাগে তেতিয়া আমি নিজে খাব পাৰো, কিন্তু শিশুৱে সেইটো নোৱাৰে ! সেই বাবে যেতিয়া শিশুৰ ভোখ লাগে তেতিয়া শিশুৱে কান্দে । কান্দি এইটো প্রমান কৰে যে- তাৰ ভোখ লাগিছে আৰু কিবা এটা খাব বিচাৰিছে । সেই বাবে শিশুক ঘণে-ঘণে খাবলৈ দিব লাগে ।

২) গৰম বা ঠান্দা লগা, সাধাৰণতে মানুহৰ গৰম বা ঠান্দা লাগে, কিন্তু এটা শিশুৰ বাবে সেইটো বেলেগ ! কাৰণ আমাৰ গৰম বা ঠান্দা লাগিলে আমি ক’ব পাৰোঁ, আৰু নিজে তাৰ প্রতিকাৰ ল’ব পাৰোঁ । কিন্তু এটা শিশুৰ বাবে সেইটো সম্ভৱ নহয়, সেই বাবে এইটো লক্ষ্য কৰিব লাগিব যে আপোনাৰ সন্তানৰ গৰম বা ঠান্দা লাগিছে নেকি, যদি লাগিছে তেনেহলে সোণকালে সেইটো মন দিয়ক ।

৩) পেটৰ বিষ থাকিলে, ৰাটি সঠাৎতে আপোনাৰ কান্দি উঠে নেকি ? যদি আপোনাৰ সন্তান ৰাতি সঠাৎতে কান্দি উঠে তেনেহলে আপোনাৰ লক্ষ্য কৰা উচিত যে আপোনাৰ সন্তানৰ পেটৰ বিষটো হোৱা নাই, তাৰ বাবে শিশুৰ ডক্টৰৰ লগত আলোচনা কৰক ।

আৰু পঢ়ক…

৪) অসুস্থ থাকিলে, শিশুৰ যেতিয়া কোনো ৰোগ-ব্যাধি হয় তেতিয়া সেই শিশুৱে কান্দে, সেই বাবে শিশুৰ ৰোগ-ব্যাধি হোৱাৰ লগে লগে ডক্টৰৰ ওচৰত লৈ যাওক ! আৰু ডক্টৰে কি পৰামর্শ দিয়ে সেইটো মানি চলক ।

Leave a Comment