২০২৩ নতুন বছৰৰ শুভেচ্ছা বাণী বন্ধু বান্ধৱী সকল নতুন বছৰৰ বাবে আপোনালোকৰ কাৰণে লৈ আহিছো কেইটামান নৱবর্ষৰ শুভেচ্ছা বাণী অসমীয়া, এই নতুন বছৰৰ শুভেচ্ছা বাণী সমূহ আপুনি আপোনালোকৰ বন্ধু, বান্ধৱী, ভাই, ভনী, ককা, দাদা, মামা, মা, দেউতা, লগত শ্বেয়াৰ কৰিব পাৰিব। লগতে কেইটামান 2023 Happy New Year Wishes Images In Assamese দিইয়া হৈছে বিচাৰিলে Download কৰিব পাৰিব।
২০২৩ নতুন বছৰৰ শুভেচ্ছা বাণী
নতুন আশা নতুন প্রাণ,
নহুত হাঁহি নতুন গান,
নতুন পুৱা নতুন পোহৰ,
তোমাৰ নতুন দিন সুখৰ হওঁক,
নতুন বছৰৰ শুভেচ্ছা থাকিল।
নতুন বছৰটিয়ে তোমালৈ লৈ আনক
অনেক সুখৰ আৰু আনন্দৰ বতৰা ৷
দুখবোৰ আঁতৰি, সুখেৰে ভৰি পৰক
তোমাৰ জীৱনত।
দুঃখদায়ক অতীতক
যোৱা পাহৰি নতুনক লোৱা আদৰি,
ইংৰাজী নৱবর্ষৰ শুভেচ্ছা থাকিল।
নতুন বছৰটো নিজৰ বাবে
একো নহলেওঁ মা-দেউতাক যেন
সদাই সুখত ৰাখিব পাৰো তাৰেই কামনা কৰিলোঁ।
নবৱর্ষৰ প্রতিটো দিন
হাঁহি আনন্দত জোৱাৰ আৰু
সফলতাৰ ফাকু চটিয়াই
ৰঙীন কৰি তোলকনতুন বছৰৰ শুভেচ্ছা থাকিল।
নতুন বছৰৰ নতুন কিৰণ।
এই কিৰণৰ প্ৰতিটো স্পৰ্শই জী তোলক
আপোনাৰ জীৱন, তাৰেই কামনাৰে
ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ।
2023 Happy New Year Wishes In Assamese
আপোনাৰ প্রতিটো ক্ষণপ্রতিটো পল এই নতুন বর্ষত
নতুন সপোন নতুন আশা, নতুন পৰিকল্পনা
আৰু সুখ সমৃদ্বিৰে সৃষ্টি হওঁক
নতুন বছৰৰ শুভেচ্ছা থাকিল।
আপোনাৰ মাজত
সফলতাৰ অন্য এক যাত্রা,
আৰু এই নতুন বর্ষতে জাতি, ধর্ম নির্বিষেশে
ভেদ ভাৱ তথা শত্রুতাক নেওচি
আহক আমি সুন্দৰ ভাৱে
গঢ়ি তোলো এখন নিকা আৰু সুস্থ সমাজ
নতুন বছৰৰ শুভেচ্ছা থাকিল।
আপোনালোক সকলোৰে বাবে থাকিল
২০২৩ নতুন বছৰৰ শুভেচ্ছা।
আপোনালৈ আৰু পৰিয়ালৰ প্ৰতিজন সদস্যলৈ
ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা মৰম আৰু
শুভেচ্ছা জ্ঞাপন কৰিছো
happy new year 2023
এই নৱবৰ্ষৰ বিশেষ দিনটোত
মোৰ বিশেষ বন্ধুলৈ বিশেষভাৱে মোৰ ফালৰ পৰা
উপহাৰ আগবঢ়াব বিচাৰোঁ। সেয়া হৈছে মোৰ
চৰ্তহীন আজীৱন বন্ধুত্ব আৰু মৰম।
তোমালৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ।
এই কৰণা দিনাত ভালে থাকা আৰু
জীৱনটো আগুৱাই যোৱা।
বিশ্বৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষটোক আদৰাৰ বাবে
বিভিন্ন ধৰনে আৰম্ভ হৈছে জাক জমকীয়া আয়োজন।
সমানে আৰম্ভ হৈছে নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ উৎসাহ উদ্দীপনা।
মইওঁ মোৰ সকলো বন্ধু-বান্ধৱীলৈ নৱবৰ্ষৰ আন্তৰিক
হিয়াভৰা শুভেচ্ছা জনালোঁ।
সকলো বন্ধু-বান্ধৱী, দাদা, বাইদেউ, ভাইটি ভন্টি
আৰু সমূহ অসমবাসীলৈ নৱবৰ্ষৰ
হিয়াভৰা শুভেচ্ছা জনালো।
নৱবৰ্ষটো মানৱ জাতিৰ বাবে দুখৰ সময় যদিও
আমাৰ বাবে এক বিশেষ বছৰ হৈ ৰব, কাৰণ
এই বছৰটোতে আমি একেলগে অধিক
সময় পাৰ কৰিলোঁ।
1 thought on “২০২৩ নতুন বছৰৰ শুভেচ্ছা বাণী | 2023 Happy New Year Wishes In Assamese”