খং কমোৱাৰ সহজ উপায় ! Easy Way To Reduce Anger

Daily Job Update Follow

খং কম-বেছি সকলোৰে থাকে, কোনোবাই নিয়ন্ত্রণ কৰিব পাৰে, কোনোবাই নিয়ন্ত্রণ কৰিব নোৱাৰে। এই খঙে আশে পাশে থকা মানুহৰো ক্ষতি কৰিব পাৰে। অলপ খং থকা ভাল, কিন্তু বেছি খং এজন মানুহৰ বাবে ক্ষতিকাৰক। আজি আমি এই আর্টিকেলটোৰ জৰিয়তে কথা পাতিম খং কেনেকৈ কোমাব পাৰি।

জনা বুজা
কাৰোবাৰ ওপৰত খং উঠিলে তাৰ সন্মুখৰ ঠাই সলনি কৰাটোৱেই উত্তম সমাধান। কাৰণ আপুনি খঙত যি কয় সেয়া আপুনি একেবাৰেই বুজাব বিচৰা ধৰণৰ নহয়। গতিকে প্ৰথমে কথা কোৱা বন্ধ কৰক।

ধ্যান কৰা
নিয়মীয়া ধ্যান কৰিলে মানুহৰ ক্ৰোধ কমি যায় বুলি প্ৰমাণিত হৈছে। লগতে ধৈৰ্য্য বাঢ়ে। এনেকৈ কেইদিন মান কৰক দেখিব আপোনাৰ খং কমি যাব।

প্ৰিয় গীত
বৰ খং উঠিছে যদি প্ৰিয় গীত এটা গুণগুণাব চেষ্টা কৰক। আপোনাৰ প্রিয় গিতটো শুনাৰ পিছত দেখিব মনটো লাহে লাহে সান্ত হবলৈ আৰাম্ভ কৰিব।

Leave a Comment