বেংক অৱ ইণ্ডিয়া নিযুক্তি, আজিয়ে আবেদন কৰক !

WhatsApp Follow

Bank of India Job Vacancy 2024 – বেংকত যোগদান কৰিবলৈ ইচ্ছুক সকলো প্ৰাৰ্থীৰ বাবে ভাল খবৰ। BOI Bank ৰ নতুন নিযুক্তি অধিসূচনা। ইয়াত বিভিন্ন পদৰ বাবে প্ৰাৰ্থীৰ নিযুক্তি আৰম্ভ হৈছে। গতিকে পলম নকৰাকৈ সোনকালে আবেদন কৰক।

এই প্ৰতিবেদনৰ তলত শিক্ষাগত অৰ্হতা, বয়স, দৰমহা, বেংকত আবেদন কৰিবলৈ আবেদন পদ্ধতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।

এই প্ৰতিবেদনৰ তলত শিক্ষাগত অৰ্হতা, বয়স, দৰমহা, বেংকত আবেদন কৰিবলৈ আবেদন পদ্ধতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। লগতে নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

পোষ্টটোৰ নাম ( Bank of India Job Vacancy 2024 )

  • Technical Analyst
  • Senior Manager
  • Credit Officers
  • Chief Manager
  • Law Officers
  • Data Scientist নটিফিকেচনটো ডাউনলোড কৰি সকলো পোষ্টৰ নাম চেক কৰি কৰক ।

বয়সৰ সীমা আৰু দৰমহা ( Bank of India Job Vacancy 2024 )

১) প্ৰাৰ্থীৰ বয়স কমেও ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। BOI Bank ৰ বিভিন্ন পদৰ বাবে বয়সৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। গতিকে তলত দিয়া Notification Download কৰক।
২) বেংক অৱ ইণ্ডিয়াত কৰ্মৰত হ’লে প্ৰতিটো পদৰ দৰমহা তলত উল্লেখ কৰা ধৰণে বেলেগ বেলেগ হয়। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

শিক্ষাগত অৰ্হতা
চাকৰিৰ আকাংক্ষীসকলে আবেদন কৰিবলৈ যিকোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা নূন্যতম স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। লগতে পদ অনুসৰি ইয়াত উচ্চ শিক্ষাৰ অৰ্হতা বিচৰা হৈছে।

আবেদন পদ্ধতি
ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন আবেদন পঞ্জীয়ন কৰিব লাগিব। প্ৰাৰ্থীয়ে বেংকত আবেদন কৰিবলৈ অফিচিয়েল ৱেবছাইট চাব লাগিব। তাৰ পিছত সকলো তথ্যৰে ফৰ্মখন পূৰণ কৰি নথি-পত্ৰ আপলোড কৰি জমা দিব।

লগতে চাওক – ডাকঘৰ গ্ৰুপ ডি বিভাগত নিযুক্তি, ৯৮,০৮৩ টা খালী পদ।

আবেদনৰ অন্তিম তাৰিখ
২০২৪ চনৰ ১০ এপ্ৰিললৈকে অনলাইনযোগে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ ইচ্ছুক সকলো চাকৰিৰ আকাংক্ষীয়ে শেষ তাৰিখৰ আগতে আবেদন কৰিব লাগিব। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

NotificationDownload
Apply LinkClick Here
Join Whatsapp GroupJoin Now

1 thought on “বেংক অৱ ইণ্ডিয়া নিযুক্তি, আজিয়ে আবেদন কৰক !”

Leave a Comment