Central Bank-ত চাকৰিৰ সুযোগ, এতিয়াই আবেদন কৰক

WhatsApp Follow

Central Bank Of India Job Notification 2024 – Sentral Bank-ত প্ৰকাশিত নতুন চাকৰি। সমগ্ৰ দেশৰ পৰা কৰ্মচাৰী নিযুক্তি দিয়া হ’ব। অসমতো খালী পদ আছে। আন ৰাজ্যৰ দৰে অসমৰ পৰা ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কেনেকৈ আৱেদন কৰিব, কিমান পদ খালী আছে, কি শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন আৰু লগতে কৰ্মৰত প্ৰাৰ্থীৰ মাহিলী দৰমহা কিমান? আজিৰ প্ৰতিবেদনত সবিশেষ চাওক –

পদৰ নাম – কৰ্মচাৰী/উপ কৰ্মচাৰী

খালী পদ – মুঠ ৪৮৪টা খালী পদত Sentral Bank-ত নিযুক্তি দি আছে।

বয়স – আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰত হ’ব লাগিব। বয়স ৩১/০৩/২০২৩ তাৰিখৰ হিচাপ কৰা হ’ব। লগতে সংৰক্ষিত প্ৰাৰ্থীয়ে বয়সৰ শিথিলতা লাভ কৰিব।

শিক্ষাগত অৰ্হতা – এই পদত আৱেদন কৰিবলৈ হ’লে অন্ততঃ মাধ্যমিক উত্তীৰ্ণ বা ইয়াৰ সমতুল্য পৰীক্ষাৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব।

আৰু পঢ়ক – ৰেলৱে টিকট সংগ্ৰাহকৰ চাকৰি, আজিয়ে আবেদন কৰক

দৰমহা – এই পদত কৰ্মৰত চাকৰি প্ৰাৰ্থীক প্ৰতিমাহে ১৬,৫০০ টকাকৈ দৰমহা দিয়া হ’ব।

আবেদন পদ্ধতি – ইয়াত অনলাইন আবেদন কৰক। ইয়াৰ বাবে www.centralbankofindia.co.in ৰ অফিচিয়েল ৱেবছাইটলৈ গৈ প্ৰথমে আবেদন পত্ৰ পূৰণ কৰিব লাগিব, তাৰ পিছত আবেদন মাচুল দিব লাগিব আৰু ফটো-চহী আপলোড কৰি আবেদনখন সম্পূৰ্ণ কৰিব লাগিব।

আবেদনৰ শেষ তাৰিখ – ০৯/০১/২০২৪ লৈকে।

Central Bank of India SUB STAFF Recruitment Notification

Leave a Comment