Flipkart ত চাকৰিৰ সুযোগ, মাহিলী দৰমহা ২০ হাজাৰতকৈ অধিক

WhatsApp Follow

Flipkart job opportunities, monthly salary more than 20 thousand: নিবনুৱা চাকৰি প্ৰত্যাশীসকলৰ বাবে ৰাজ্যৰ এক সোণালী সুযোগ। কাৰণ ভাৰতৰ সৰ্ববৃহৎ ই-কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টে নতুন চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে। য’ত ৰাজ্যৰ সকলো ল’ৰা-ছোৱালীয়ে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কিমান দৰমহা পাব, নিযুক্তিৰ পদ্ধতি কি, তলত দিয়া প্ৰতিবেদনখন ভালদৰে পঢ়িব লাগিব।

ভাৰতৰ অন্যতম ই-কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টে জ্যেষ্ঠ কাৰ্যবাহী পদৰ বাবে চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে, অফিচিয়েল ৱেবছাইটৰ জৰিয়তে। যদি আপুনি চাকৰিটোৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে তলত দিয়া আবেদনৰ লিংকটো পাব।

ইচ্ছুক চাকৰি প্ৰত্যাশীসকলক কোৱা হয় যে আপুনি যদি চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো প্ৰতিষ্ঠানৰ পৰা কৃষি বিষয়ত ডিগ্ৰী উত্তীৰ্ণ হৈছে তেন্তে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপোনাৰ মাইক্ৰ’ছফ্ট এক্সেলত কাম কৰাৰ অভিজ্ঞতা আছে তেন্তে আবেদন কৰিব পাৰিব। যদি আপোনাৰ বয়স নূন্যতম ২০ বছৰৰ পৰা সৰ্বোচ্চ ৩৫ বছৰৰ ভিতৰত হয় তেন্তে আপুনি এই চাকৰিৰ বাবে আবেদন কৰিব পাৰে। জাননীখনত আপোনাক মাহিলী দৰমহা হিচাপে কিমান টকা দিয়া হ’ব সেই বিষয়ে একো উল্লেখ কৰা হোৱা নাই। লগতে আশা কৰা হৈছে যে প্ৰতিমাহে বিশ হাজাৰতকৈ অধিক টকাৰ দৰমহা দিব পাৰিব।

যদি আপুনি এই চাকৰিটো পায় তেন্তে চাকৰিটো পশ্চিম বংগ ৰাজ্যৰ ভিতৰত হ’ব। যদিও আপোনাৰ কোনো কামৰ অভিজ্ঞতা নাই তেন্তে আপুনি এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰে অৰ্থাৎ আপুনি এজন ফ্ৰেচাৰ হ’লেও আপুনি এই চাকৰিটোৰ বাবে অতি সহজে আবেদন কৰিব পাৰে। প্ৰথমে আপোনাক সাক্ষাৎকাৰৰ বাবে মাতিব আৰু তাৰ পিছত সাক্ষাৎকাৰৰ ভিত্তিত আপোনাক এই চাকৰিৰ বাবে নিযুক্তি দিয়া হ’ব। মন কৰিব যে এই চাকৰিৰ বাবে আবেদন কৰিবলৈ কোনো আবেদন মাচুল নাই।

তলত দিয়া লিংকটোৰ পৰা আপুনি পোনপটীয়াকৈ অফিচিয়েল ৱেবছাইটলৈ গৈ আপোনাৰ ব্যক্তিগত তথ্য আৰু সকলো প্ৰয়োজনীয় নথি-পত্ৰ প্ৰদান কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ apply বিকল্পত ক্লিক কৰিব। আবেদনৰ কোনো সময়সীমা নাই, যিমান সোনকালে আবেদন কৰিব সিমানেই ইন্টাৰভিউৰ ফোন পোৱাৰ সম্ভাৱনা বেছি।

Apply Online – Click Here
Official Website – Click Here

ওপৰৰ প্ৰতিবেদনত ফ্লিপকাৰ্টৰ ৱেবছাইটত প্ৰকাশিত অধিসূচনাৰ বিষয়ে আলোচনা কৰা হৈছে। আমি কোনো কাৰণতে Flipkart company ৰ সৈতে জড়িত নহয়, আমি ওপৰৰ ৰিপৰ্টটো লিখিছো কেৱল আপোনালোকক এটা সঠিক চাকৰিৰ খবৰ দিবলৈ। এই চাকৰিটোৰ বাবে কোনো আবেদন মাচুল নাই অৰ্থাৎ আবেদন কৰিবলৈ টকাৰ প্ৰয়োজন নাই, গতিকে যদি কোনোবাই এই চাকৰিটোৰ বাবে টকা বিচাৰে তেন্তে নিশ্চিতভাৱে তেওঁলোকক নিদিব।

Leave a Comment