১০ লাখ টকা আহিব ২ ঘণ্টাৰ ভিতৰত Flipkart App থাকিলে ! এই পদ্ধতিত

WhatsApp Follow

get up to 10 lakhs rupees loan from flipkart within few hours step by step process – মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ১০ লাখ টকা পৰ্যন্ত ঋণ, ব্যক্তিগত ঋণৰ বাবে বেংকলৈ যোৱাৰ প্ৰয়োজন নাই। বৰ্তমান ঘৰত বহি কোনো হেঁচা নোহোৱাকৈ ১০ লাখ পৰ্যন্ত ঋণ ল’ব পাৰিব। নথি-পত্ৰ অবিহনে এই ঋণ লাভ কৰিব পাৰিব। বৰ্তমান ফ্লিপকাৰ্টে সীমিত সময়ৰ বাবে ব্যক্তিগত ঋণ সেৱা আগবঢ়াইছে। এই অনলাইন প্লেটফৰ্মৰ পৰা এক্সিছ বেংকৰ সহযোগত ঋণ প্ৰদান কৰিব।

বৰ্তমান জনপ্ৰিয় অনলাইন প্লেটফৰ্ম ফ্লিপকাৰ্ট (Flipkart)ত ব্যক্তিগত ঋণ সেৱা আগবঢ়াইছে। আপোনাৰ ঋণৰ পৰিমাণ পোনপটীয়াকৈ আপোনাৰ চেভিংছ বেংক একাউণ্টলৈ যাব। এই ব্যক্তিগত ঋণ আপোনাৰ দৈনন্দিন জীৱনৰ বিভিন্ন প্ৰয়োজন যেনে বিবাহ, শিক্ষা, ঘৰ নিৰ্মাণ, ভ্ৰমণ, চিকিৎসা ইত্যাদিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।

এই ব্যক্তিগত ঋণ পাবলৈ প্ৰথমে ফ্লিপকাৰ্ট এপত আপোনাৰ একাউণ্টলৈ যাব লাগিব। তাত আপোনাৰ ব্যক্তিগত ঋণ (Personal Loan) আছে।

ব্যক্তিগত ঋণ ল’বলৈ পদক্ষেপ সমূহ অনুসৰণ

বৰ্তমান জনপ্ৰিয় অনলাইন প্লেটফৰ্ম ফ্লিপকাৰ্ট (Flipkart) য়ে ব্যৱহাৰকাৰীক সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে ব্যক্তিগত ঋণ প্ৰদান কৰিব।

কিন্তু ইয়াৰ বাবে প্ৰথমে আপোনাৰ PAN Card Number আৰু Date of Birth লিখিব লাগিব।

তাৰ পিছত আপুনি অটো পেমেণ্ট ছেটআপ সক্ৰিয় কৰিব লাগিব। এই ছেটআপ আৰম্ভ কৰিবলৈ আপুনি প্ৰথমে একাউণ্ট নম্বৰ, (Account Number) নেট বেংকিং বা (Debit Card) ৰ দৰে নথিপত্ৰৰ বিৱৰণ দিব লাগিব।

ইয়াৰ পিছত আপুনি KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব যাৰ বাবে আপুনি আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু পেন কাৰ্ড নম্বৰ দিব লাগিব।

তাৰ পিছত যদি আপোনাৰ ঋণ অনুমোদিত হয়, তেন্তে (KYC) প্ৰক্ৰিয়াৰ পিছত আপোনাৰ আকাংক্ষিত ধন পোনপটীয়াকৈ আপোনাৰ একাউণ্টত জমা কৰা হ’ব।

ব্যক্তিগত ঋণৰ বাবে ইএমআই কেনেকৈ গণনা কৰা হয় ?

ঋণৰ পৰিমাণ, সুতৰ হাৰ, ঋণৰ সময়সীমা আদিৰ ওপৰত নিৰ্ভৰ কৰি ঋণ প্ৰক্ৰিয়াৰ সময়ত ই এম আইৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ’ব।

ব্যক্তিগত ঋণৰ বাবে নূন্যতম আৰু সৰ্বোচ্চ পৰিমাণ কিমান ?

ব্যক্তিগত ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰৰ পৰা ১ লাখ টকালৈকে ঋণ ল’ব পাৰিব। অৱশ্যে এই ঋণৰ পৰিমাণ কেইবাটাও কাৰণৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ প্ৰয়োজন আৰু যোগ্যতা, আপোনাৰ আয়, পৰিশোধৰ ক্ষমতা আদিৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ঋণ নিৰ্ধাৰণ কৰা হ’ব।

ব্যক্তিগত ঋণৰ ক্ৰেডিট পাবলৈ কিমান সময় লাগে ?

(KYC) প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ হোৱাৰ ১২ ঘণ্টাৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত ঋণৰ ধন জমা কৰা হ’ব।

1 thought on “১০ লাখ টকা আহিব ২ ঘণ্টাৰ ভিতৰত Flipkart App থাকিলে ! এই পদ্ধতিত”

Leave a Comment