ষ্টেনোগ্ৰাফাৰ আৰু অন্যান্য গ্ৰুপ চি নিযুক্তি, আজিয়ে আবেদন কৰক

WhatsApp Follow

Group-C Recruitment 2024 – একে সময়তে গ্ৰুপ চি পৰ্যায়ৰ বিভিন্ন পদত নিযুক্তিৰ বাবে অধিসূচনা (Group-C Recruitment 2024) জাৰি কৰা হৈছে। সেই ক্ষেত্ৰত কেৰাণী, ষ্টেনোগ্ৰাফাৰ আদি কেইবাবিধো পদ আছে। একে সময়তে ২০০০ৰো অধিক খালী পদ, য’ত নূন্যতম অৰ্হতাৰ ভিত্তিত সহজে আবেদন কৰিব পাৰিব। আৰু পলম নকৰাকৈ সবিশেষলৈ আহোঁ –

পদৰ নাম – গ্ৰুপ চি পৰ্যায়ৰ কেইবাবিধো পদত কৰ্মচাৰী নিযুক্তি দিয়া হ’ব। উদাহৰণ স্বৰূপে,

  1. Grade-IV/Junior Assistant
  2. Stenographer
  3. Lower Division Clerk-cum-Typist
  4. Jr. Stenographer
  5. Junior Assistant
  6. Stenographer Grade – II
  7. Lower Division Clerk
  8. Asstt. Grade-I

মুঠ খালী পদ – ওপৰৰ আটাইকেইটা পদৰ বাবে একেলগে ২৩৫৪টা খালী পদ পূৰণ কৰা হ’ব।

শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত স্কুল ব’ৰ্ড বা সংস্থাৰ পৰা নূন্যতম হাইস্কুল পাছ।

আৰু পঢ়ক – ভাৰতীয় বিমানবন্দৰত কৰ্মচাৰী নিযুক্তি, দৰমহা ৩১,০০০/- টকা

প্ৰাৰ্থীৰ বয়সৰ সীমা – ১৮ বছৰ বয়সৰ নূন্যতম প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। সৰ্বোচ্চ বয়স ২৭ বছৰ থকা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।

মাহিলী দৰমহা – পদ অনুসৰি মাহিলী দৰমহা বেলেগ বেলেগ হয়। কিছু পদৰ বাবে ১৯,৯০০/- টকাৰ পৰা আৰম্ভ কৰি কিছুমান তথ্যৰ ক্ষেত্ৰত ২৫,৫০০/- টকাৰ পৰা আৰম্ভ হোৱা মাহিলী দৰমহা।

আবেদন পদ্ধতি – অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব।

১/ তলত দিয়া অফিচিয়েল নিযুক্তি অনলাইন আবেদন লিংকত ক্লিক কৰি অনলাইন পঞ্জীয়ন আৰু ফৰ্মখন আপোনাৰ সকলো তথ্যসহ পূৰণ কৰক।

২) অনলাইন পঞ্জীয়নৰ ক্ষেত্ৰত আপোনাৰ বৈধ আৰু সক্ৰিয় মোবাইল নম্বৰ আৰু ইমেইল আইডি প্ৰদান কৰক।

৩) অনলাইন ফৰ্মত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি পূৰণ কৰক।

৪/ যেতিয়া আপোনাৰ সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ সৈতে পাছপ’ৰ্ট আকাৰৰ ফটো আৰু স্বাক্ষৰ আদি আপলোড কৰিবলৈ কোৱা হয় তেতিয়া এটা এটাকৈ আপলোড কৰক আৰু সকলোৰে শেষত জমা দিয়া বুটামটো ক্লিক কৰক।

আবেদনৰ অন্তিম তাৰিখ – ০৯/০১/২০২৪ৰ পৰা ০৭/০২/২০২৪লৈ আবেদন কৰিব পাৰিব।

আবেদন কৰিবলৈ তলত Apply Now-ত ক্লিক কৰক

Important Links

Official NotificationClick Here
Apply Online/ Official WebsiteClick Here

1 thought on “ষ্টেনোগ্ৰাফাৰ আৰু অন্যান্য গ্ৰুপ চি নিযুক্তি, আজিয়ে আবেদন কৰক”

Leave a Comment