ভাৰতৰ এই গাঁওখনত কেৱল পুৰুষহে থাকে, এজনীও ছোৱালী অনাথাকে ?

WhatsApp Follow

সাধাৰণ জ্ঞান এনে এক বিষয় যাৰ যোগেদি অজ্ঞাত কথা জনা যায়। গতিকে বিভিন্ন চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীৰ বাবে সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক পৰিস্থিতি অতি গুৰুত্বপূৰ্ণ। অৱশ্যে এই প্ৰতিবেদনে কিছুমান অজ্ঞাত প্ৰশ্নৰ উত্তৰ দিছে, এবাৰ চাওকচোন।

১) প্ৰশ্ন : কোনটো গীতৰ ফলত মানুহৰ মৃত্যু হয়?
উত্তৰঃ আমেৰিকান গায়ক ফ্ৰেংক চিনাট্ৰা যিয়ে ‘মাই ৱে’ গীতটো ৰচনা কৰিছিল। কিন্তু এতিয়ালৈকে এই গীতটো গাই ১২ জন লোকৰ মৃত্যু হৈছে।

২) প্ৰশ্ন : কোনখন ভাৰতীয় ৰাজ্যক দুভাগ কৰি ঝাৰখণ্ড ৰাজ্য গঠন কৰা হৈছিল?
উত্তৰঃ বিহাৰ ৰাজ্য।

৩) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যত বিধান পৰিষদ নাই?
উত্তৰঃ ৰাজস্থান।

৪) প্ৰশ্ন : ধৰ্মনিৰপেক্ষ শব্দটোৰ অৰ্থ কি?
উত্তৰঃ ব্যক্তিগত ধৰ্মীয় বিশ্বাস আৰু প্ৰচাৰৰ স্বাধীনতাত ৰাষ্ট্ৰই হস্তক্ষেপ কৰিব নালাগে।

৫) প্ৰশ্ন : গংগা নদীৰ উৎস ক’ত?
উত্তৰঃ উত্তৰাখণ্ডৰ পশ্চিম হিমালয়ৰ পৰ্বতমালাৰ গংগোত্ৰী হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে।

৬) প্ৰশ্ন : ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি ক’ত অৱস্থিত?
উত্তৰঃ আন্দামান সাগৰৰ বেৰেন দ্বীপত এটা সক্ৰিয় আগ্নেয়গিৰি আছে।

৭) প্ৰশ্ন : পৃথিৱীৰ চাৰিওফালে যদি বায়ুমণ্ডল নাথাকিলহেঁতেন তেন্তে পৃথিৱীৰ জলবায়ু কেনে হ’লহেঁতেন?
উত্তৰ : বৰ ঠাণ্ডা।

৮) প্ৰশ্ন : সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটো কোনটো?
উত্তৰ : শুক্ৰ।

৯) প্ৰশ্ন : কোনটো তাৰিখত সূৰ্য্যৰ পৰা পৃথিৱীলৈ দূৰত্ব সৰ্বনিম্ন?
উত্তৰঃ ৩ জানুৱাৰী, এই দিনটোক আনছুৰ বুলি কোৱা হয়।

১০) প্ৰশ্ন : ভাৰতৰ এই গাঁওখনত কেৱল পুৰুষহে থাকে, এজনীও ছোৱালী অনাথাকে ?
উত্তৰঃ ভাৰতৰ আটাইতকৈ দুৰ্গম গাঁও হিচাপে পৰিচিত বিহাৰৰ বৰৱান কলা গাঁও। পানী, বিদ্যুৎ আৰু পথৰ সুবিধা নাই। পানী আনিব বিচাৰিলেও কেইবা কিলোমিটাৰ দূৰলৈ যাব লাগে। গতিকে এই গাঁৱৰ কোনো ছোৱালীয়ে বিয়া কৰিবলৈ মান্তি নহয়। বিগত ৫০ বছৰে গাঁৱত কোনো বিবাহ হোৱা নাই। আৰু ভাগ্যৱান মানুহ এজনে বিয়া পাতিলে আন ঠাইতে থাকে।

Leave a Comment