ভাৰতীয় বিমানবন্দৰত নিযুক্তি, সাক্ষাৎকাৰৰ জৰিয়তে হ’ব নিযুক্তি !

WhatsApp Follow

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই এটা অধিসূচনা প্ৰকাশ কৰিছে, ইয়াত কৰ্মচাৰী নিযুক্তি দিয়া হ’ব বুলি জনোৱা হৈছে। ইয়াত আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব লাগিব।

পশ্চিম বংগ, বিহাৰ, ওড়িশা, ছত্তীশগড়, অসম, ঝাৰখণ্ড, আন্দামান আৰু নিকোবৰ আৰু ছিকিমৰ বাসিন্দাসকলে ইয়াত আবেদন কৰিব পাৰিব। নিযুক্তি সম্পৰ্কীয় অন্যান্য বিষয়সমূহ এই পোষ্টটোত বিতংভাৱে আলোচনা কৰা হৈছে, অধিক জানিবলৈ শেষলৈকে পঢ়ক।

জাননী প্ৰকাশ – 01/2023/APPRENTICE/GRADUATE/DIPLOMA/ITI/ER

১/ স্নাতক প্ৰশিক্ষাৰ্থী

খালী পদ – মুঠ ৩০ টা পদ খালী।

যোগ্যতা – ইয়াত আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে Aeronautical, Automobile, Architecture, Civil, Computer Science, Data Analysis, Electrical, Electronics, IT, Mechanical স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।

বয়সৰ সীমা – সৰ্বোচ্চ বয়স ২৬ বছৰ এই পদত আবেদন কৰিব পাৰিব।

দৰমহা – এই পদৰ বাবে প্ৰাৰ্থীক প্ৰতিমাহে ১৫ হাজাৰ টকা প্ৰদান কৰা হ’ব।

আৰু পঢ়ক – ৰেলৱেৰ কৰ্মচাৰী নিযুক্তি, ১৬৪৬ টা খালী পদৰ বাবে আবেদন কৰক।

২/ ডিপ্লমা প্ৰশিক্ষাৰ্থী

খালী পদ – মুঠ ৪৫ টা পদ খালী।

যোগ্যতা – ইয়াত আবেদন কৰিব পৰা প্ৰাৰ্থীসকল হ’ল Aeronautics, Automobile, Architecture, Civil,
Computer Science, Data , Analysis, Electrical, Electronics, IT, Mechanical, Mathematics/Statistics বিষয়ত ডিপ্লমা উত্তীৰ্ণ হ’ব লাগিব।

বয়সৰ সীমা – সৰ্বোচ্চ বয়স ২৬ বছৰ এই পদত আবেদন কৰিব পাৰিব।

দৰমহা – এই পদৰ বাবে প্ৰাৰ্থীক প্ৰতিমাহে ১২ হাজাৰ টকা প্ৰদান কৰা হ’ব।

৩/ ITI ট্ৰেড

খালী পদ – মুঠ ৫৫টা পদ খালী।

যোগ্যতা – ইয়াত আবেদন কৰিব পৰা প্ৰাৰ্থী হ’ল Computer Operator , Programming Assistant,
Electrical, Mechanic, Electronics, Steno এ ITI চাৰ্টিফিকেট থাকিব লাগিব।

বয়সৰ সীমা – সৰ্বোচ্চ বয়স ২৬ বছৰ এই পদত আবেদন কৰিব পাৰিব।

দৰমহা – এই পদৰ বাবে প্ৰাৰ্থীক প্ৰতিমাহে ৯ হাজাৰ টকা প্ৰদান কৰা হ’ব।

নিযুক্তি প্ৰক্ৰিয়া – ইয়াত সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব।

আবেদনৰ পদ্ধতি – ইয়াত অনলাইন আবেদন কৰক। ইয়াৰ বাবে আপুনি www.aai.aero ৱেবছাইটত গৈ আপোনাৰ সকলো তথ্যৰে আবেদন পত্ৰ পূৰণ কৰিব লাগিব। লগতে প্ৰয়োজনীয় নথি-পত্ৰৰ ফটোকপি আৰু পাছপ’ৰ্টৰ আকাৰৰ ফটোও আপলোড কৰিব লাগে। তাৰ পিছত ফৰ্মখন জমা দিব।

আবেদনৰ অন্তিম তাৰিখ – ইয়াত আবেদন ৩১/০১/২০২৪ লৈকে চলি থাকিব।

Important Links –

Official NoticeDownload
Apply onlineApply Now
Official websiteClick Here

1 thought on “ভাৰতীয় বিমানবন্দৰত নিযুক্তি, সাক্ষাৎকাৰৰ জৰিয়তে হ’ব নিযুক্তি !”

Leave a Comment