ইণ্ডিয়ান বেংকত নিযুক্তি, দৰমহা ৩৬,০০০/- টকা !

WhatsApp Follow

ইণ্ডিয়ান বেংকৰ নিযুক্তি ২০২৪ৰ অধিসূচনা জাৰি কৰা হৈছে। তেনে ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ভাল চাকৰি বিচাৰি থকা আৰু বেংকৰ চাকৰিৰ প্ৰতি আগ্ৰহী চাকৰি প্ৰত্যাশীসকলৰ বাবে এয়া এক সোণালী সুযোগ হ’ব পাৰে। ইয়াত বিভিন্ন ধৰণৰ পদৰ বাবে প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব। সবিশেষ তলত আলোচনা কৰা হৈছে।

নিয়োগ সংস্থা: ইণ্ডিয়ান বেংকে নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে।

পদৰ নাম: প্ৰাৰ্থীসকলক ইয়াত বিশেষজ্ঞ বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব। সেই ক্ষেত্ৰত ইয়াৰ অধীনত আন বিভিন্ন ধৰণৰ পদ থাকব।

খালী পদৰ সংখ্যাঃ মুঠ ১৪৬টা খালী পদত প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব।

শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ট ক্ষেত্ৰত ডিগ্ৰী বা ডিপ্লমা উত্তীৰ্ণ হ’ব লাগিব।

প্ৰাৰ্থীৰ বয়সৰ সীমাঃ ২১ বছৰ বয়সৰ নূন্যতম প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। আৰু সৰ্বোচ্চ বয়স ৪০ বছৰ থকা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।

মাহিলী দৰমহাঃ নিযুক্তিৰ পিছত মাহিলী দৰমহা নূন্যতম ৩৬,০০০/- টকাৰ পৰা আৰম্ভ হৈছে।

আবেদন পদ্ধতিঃ প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব পাৰিব।

১/ তলত দিয়া লিংকটোত গৈ আপোনাৰ নাম, মোবাইল নম্বৰ আৰু ইমেইলৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰক।

লগতে চাওক – ভাৰতীয় ৰেলৱেৰ নিযুক্তি ৯১৪১ টা পদ, দৰমহা ১৯,৯০০ টকাৰ পৰা আৰাম্ভ !

২) অনলাইন ফৰ্মত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি পূৰণ কৰক।

৩/ আপোনাৰ সকলো নথি-পত্ৰৰ সৈতে ৰঙীন পাছপ’ৰ্ট আকাৰৰ ফটো, স্বাক্ষৰ আদি আপলোড কৰক।

৪) শেষত submit বুটামটোত ক্লিক কৰক আৰু আবেদন কৰাৰ পিছত আবেদন পত্ৰখন প্ৰিন্ট কৰি আপোনাৰ লগত ৰাখিব।

আবেদনৰ অন্তিম তাৰিখ: ০১/০৪/২০২৪ তাৰিখৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব। সকলো লিংক তলত দিয়া হৈছে

আবেদন কৰিবলৈ তলত ক্লিক কৰক !

অফিচিয়েল জাননীইয়াত ক্লিক কৰক
অফিচিয়েল ৱেবছাইটইয়াত ক্লিক কৰক
অনলাইন আবেদন কৰকইয়াত ক্লিক কৰক
Join Whatsapp GroupJoin Now

1 thought on “ইণ্ডিয়ান বেংকত নিযুক্তি, দৰমহা ৩৬,০০০/- টকা !”

Leave a Comment