ভাৰতীয় ৰেলৱে নিযুক্তি, ১০১০ টা খালী পদৰ বাবে আবেদন !

WhatsApp Follow

ভাৰতীয় ৰেলৱেই নতুন নিযুক্তিৰ বাবে এক অধিসূচনা জাৰি কৰিছে (Indian Railways Recruitment 2024)। নূন্যতম শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি দীৰ্ঘদিন ধৰি ভাল চাকৰি বিচাৰিছে নেকি? ভাৰতীয় ৰেলৱে নিযুক্তিৰ বাবে আগ্ৰহী নেকি? কিন্তু এই নিযুক্তিৰ খবৰ কেৱল আপোনাৰ বাবে। সবিশেষ এতিয়াই জানি লওক যাতে কেৱল মধ্যম পাছ অৰ্হতাত ইমান ডাঙৰ নিযুক্তিৰ সোণালী সুযোগ হেৰুৱাব নালাগে।

নিযুক্তি সংস্থা: ভাৰতীয় ৰে’লৱেৰ তত্বাৱধানত INTEGRAL COACH FACTORY ৰ দ্বাৰা নিযুক্তি হ’ব।

পদৰ নাম: ইয়াত প্ৰাৰ্থীক এপ্ৰেণ্টিছ হিচাপে নিযুক্তি দিয়া হ’ব। সেই ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত নিযুক্তি হ’ব।

শিক্ষাগত অৰ্হতাঃ যিকোনো স্বীকৃতিপ্ৰাপ্ত স্কুল ব’ৰ্ড বা সংস্থাৰ পৰা নূন্যতম মাধ্যমিক উত্তীৰ্ণ।

প্ৰাৰ্থীৰ বয়সৰ সীমাঃ নূন্যতম ১৫ বছৰৰ পৰা সৰ্বোচ্চ ২৪ বছৰৰ ভিতৰৰ যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰিব।

আবেদন পদ্ধতিঃ ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইনযোগে আবেদন কৰিব পাৰিব। 

১/ তলত দিয়া অনলাইন আবেদন লিংকত ক্লিক কৰি অনলাইন পঞ্জীয়ন আৰু ফৰ্মখন আপোনাৰ সকলো তথ্যসহ পূৰণ কৰক।

২) এই ক্ষেত্ৰত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি দিব।

৩/ ৰঙীন পাছপ’ৰ্ট আকাৰৰ ফটো আপলোড কৰক, সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ সৈতে এটা এটাকৈ স্বাক্ষৰ কৰক।

৪) শেষত submit বুটামটোত ক্লিক কৰক আৰু আবেদন কৰাৰ পিছত আবেদন পত্ৰখন প্ৰিন্ট কৰি আপোনাৰ লগত ৰাখিব।

আবেদনৰ অন্তিম তাৰিখ: ২১/০৬/২০২৪ তাৰিখৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব।

গুৰুত্বপূর্ণ লিংক

Official Notification Click Here 
Official Website Click Here 
Apply Online Click Here 

Leave a Comment