মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিত কেনেকৈ আবেদন কৰিব ! জানক

WhatsApp Follow

Mahila Udyamita Scheme Apply 2024 – মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি আবেদন কি কি নথি-পত্র লাগিব ! বা কেনেকৈ ফ্রমখন ফিল্লাপ কৰিব লাগিব ! বা অম্রিত ব্রিক্ষ্য আন্দলনত যিখন ফটো উঠিছিল সেই ফটো লাগিব নেকি ? সেই সম্পূর্ণ তথ্য তলত উল্লেখ কৰা হৈছে, আৰু আবেদন কৰাৰ ফ্রমৰ লিংক তলত দিয়া আছে তাতে ক্লিক কৰি ফ্রমখন Download কৰিব পাৰিব 👇👇

অসম চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে প্ৰথমবাৰৰ বাবে চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ সুবিধা কেৱল সৰু পৰিয়ালসমূহকহে প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ১১/১/২০২৪ তাৰিখে মহিলাসকলৰ মাজত উদ্যমিতা বিকাশৰ বাবে গুৱাহাটীত নতুন মহিলা উদ্যমিতা আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি দিয়া ভাষণত এই বিষয়ে প্রকাশ কৰে।

আপুনি এই আঁচনিত ১০ হাজাৰ টকাকৈ লাভ কৰিব। তাৰ বাবে লাগিব এখন ফ্রম, আৰু সেই ফ্রম ফিল্লাপ কৰি জমা দিব লাগিব। ফ্রম Download কৰিবলৈ তলত ক্লিক কৰক 👇👇

Form Download 👇👇

Click Here

Leave a Comment