পকা চুলি আছে নেকি ? আগৰ দৰেই ক’লা কৰক, কিন্তু কেনেকৈ জানক –

WhatsApp Follow

( mature hair will be black like before ) পকা চুলি আলুত আগৰ দৰেই ক’লা হ’ব, বহুতে বজাৰত কিনা ৰংটো ক’লা কৰিবলৈ বাছি লয়, কিন্তু এই ৰঙৰ ব্যৱহাৰে চুলিৰ স্বাস্থ্য বেয়া কৰি তোলে । সকলো চুলি খৰকৈ পকি যাবলৈ আৰম্ভ কৰে ।

আৰু এবাৰ ৰং কৰিলে ৭ৰ পৰা ১০ দিনৰ ভিতৰত বগা চুলি ওলায়, গতিকে আকৌ চুলিত ৰং কৰিব লগীয়া হয় । এই সমস্যাৰ পৰা হাত সাৰিবলৈ স্বাভাৱিক উপায় বাছি লওক । অতি সাধাৰণ আলুৰে চুলিৰ ক’লা ৰং ঘূৰাই দিয়াটো সম্ভৱ ।

কিন্তু কেনেকৈ ? জানি লওক – কেৰাহীত আলুৰ বাকলি অলপ দিব । তাৰ পিছত দুকাপ পানী লব । জুই্ত বঢ়াই ২০ৰ পৰা ৩০ মিনিট উতলিবলৈ দিব । তাৰ পিছত ঠাণ্ডা কৰি চেম্পুৰ বটলত ঢালি লব । এতিয়া মইশ্ব’ৰাইজিং শ্বেম্পুৰে চুলি ধুই চুলিত ৰং কৰক । তাৰ পিছত টাৱেলেৰে মেৰিয়াই লওক । ১৫ মিনিটৰ পিছত চুলিৰ পৰা টাৱেলখন আঁতৰাই চুলিখিনি শুকুৱাই ল’ব । এসপ্তাহ ধৰি এই ৰং ব্যৱহাৰ কৰাৰ পিছত দেখিব যে বগা চুলিখিনি ক’লা হ’বলৈ আৰম্ভ কৰিছে ।

আৰু পঢ়ক-

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।

Leave a Comment