NCL-ত কৰ্মচাৰী নিযুক্তি, দৰমহা ৪৭,০০০/- টকা

WhatsApp Follow

NCL (Northern Coalfields Limited) বিভিন্ন পদৰ বাবে চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে। সমগ্ৰ ভাৰতৰ পৰা যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। অসমৰ পৰাও এই আটাইকেইটা পদৰ বাবে আৱেদন কৰিব পাৰিব। নNorthern Coalfields Limited মাধ্যমিক উত্তীৰ্ণকে ধৰি বিভিন্ন অৰ্হতাৰ কৰ্মচাৰী নিযুক্তি দি আছে –

নিযুক্তি দিয়া হ’ব (Assistant Foreman (E&T), Assistant Foreman (Mechanical) পদত নিযুক্তি দিয়া হ’ব। আজিৰ প্ৰতিবেদন চাওক, এই সকলোবোৰ পদৰ বাবে কেনেকৈ আবেদন কৰিব, প্ৰতিমাহে যোগ্য কৰ্মৰত চাকৰিৰ প্ৰাৰ্থীক কিমান টকা দৰমহা দিয়া হ’ব, আবেদন কিমান দিনলৈ চলিব সেই বিষয়ে আজিৰ প্ৰতিবেদনত বিতংভাৱে আলোচনা কৰা হৈছে।

এই তিনিটা পদত কাম কৰা আকাংক্ষীসকলক Grade-C অনুসৰি প্ৰতিমাহে নূন্যতম দৰমহা ৪৭৩৩০.২৫ টকা দিয়া হ’ব। এই সকলোবোৰ পদত আবেদন কৰিবলৈ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে। লগতে SC/ST/ PwBD (UR)/OBC অৰ্থাৎ সংৰক্ষিত প্ৰাৰ্থীৰ বাবে বয়সৰ শিথিলতা থাকিব।

আৰু পঢ়ক – ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত নিযুক্তি, দৰমহা ৩৫,৪০০/- টকা

এই পদসমূহত আবেদন কৰিবলৈ উল্লেখিত শিক্ষাগত অৰ্হতা মাধ্যমিক শিক্ষাৰ লগতে Electronics Engineering, Mechanical Engineering (Diploma) হ’ব লাগিব। আবেদন কৰাৰ আগতে অধিসূচনাৰ পৰা অফিচিয়েল ৱেবছাইটৰ পৰা শিক্ষাগত অৰ্হতা পৰীক্ষা কৰক।

যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইনযোগে আবেদন কৰিব লাগিব। ইয়াৰ বাবে আপুনি এNCL-ৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। www.nclcil.in.>Career>Recruitment >Employment Notification for Direct Recruitment of various posts of Supervisory Staff i.e. Assistant Foreman (Mechanical/ E&T/ Electrical)> Apply online।

আজিৰে পৰা আবেদন আৰম্ভ, ০৫/০২/২০২৪ লৈকে আবেদন চলি থাকিব।

Notification LinkDownload 

2 thoughts on “NCL-ত কৰ্মচাৰী নিযুক্তি, দৰমহা ৪৭,০০০/- টকা”

Leave a Comment