Online Apply Start | মুখ্যমন্ত্রী স্ব-নিয়োজন আঁচনি

WhatsApp Follow

মুখ্যমন্ত্রী স্ব-নিয়োজন আঁচনিক লৈ ভাল খবৰ, ২ লাখ টকা কেতিয়া পাব ! কি কি নথি পত্র লাগিব ? সেই বিষয়ে আজি আমি এই আর্টিকেলটোত কথা পাতিম। লগতে তলত এটা ভিডিও দিয়া আছে সেইটো চালে আপুনি বুজিব পাৰিব।

প্ৰআৱেদন কৰাৰ বাবে প্ৰয়োজনীয় নথ-পত্ৰ

এই আঁচনিৰ অধীনত প্ৰয়োজনীয় অৰ্হতাৰ ভিত্তিত ৰাজ্যখনৰ সকলো শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে আঁচনিখনৰ লাভালাভ ল’বলৈ যোগ্য।

  • ক) আধাৰ কাৰ্ড।
  • খ) অসমত স্থায়ীভাৱে বসবাস কৰাৰ প্ৰমাণ, অৰ্থাৎ উপযুক্ত কৰ্তৃপক্ষৰ পৰা বাসিন্দাৰ প্ৰমাণ পত্ৰ।
  • গ) বেংকৰ বিশদ, যেনে- আই এফ এছ কোড, এম আই চি আৰ কোৰ্ড, একাউন্ট নম্বৰ ইত্যাদি।
  • ঘ) পৰিচয় পত্ৰ, যেনে- ভোটাৰ কোৰ্ড।
  • ঙ) ইয়াৰ উপৰি আন কিছু নথি-পত্ৰৰো পৰস্থিতি সাপেক্ষে প্ৰয়োজন হ’ব পাৰে। তাৰ বাবে গ্ৰাম্য উন্নয়নৰ ৰাজ্যিক প্ৰতিষ্ঠানৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে।

ভিডিও চাওক

Leave a Comment