বন্ধন বেংকৰ ঋণ ল’ব বিচাৰিলে, অনলাইনত এনেকৈ আবেদন কৰক !

WhatsApp Follow

নতুন বছৰত বন্ধন বেংকৰ গ্ৰাহকৰ বাবে গ্ৰেট অফাৰ (Bandhan Bank Loan) মুকলি কৰা হৈছে। এই বেংকে গ্ৰাহকক কম সুতত ডাঙৰ ঋণ দিছে। নিবনুৱা যুৱতী, গৃহিণী বা যিকোনো ক্ষুদ্ৰ ব্যৱসায়ীয়ে এই ঋণৰ সুবিধা লাভ কৰিছে। যদি আপোনালোকৰ কোনোবাই নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বা ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ ধনৰ প্ৰয়োজন হয়, লগতে ঘৰ নিৰ্মাণৰ বাবে বা বিয়াৰ বাবে ঋণ প্রয়োজন হয়, তেন্তে বন্ধন বেংকে (Bandhan Bank Loan) আপোনাক ৫ লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য আগবঢ়াব ন্ধন বেংকে।

বন্ধন বেংকৰ ঋণৰ সুতৰ হাৰ।

ইতিমধ্যে দেশৰ বিভিন্ন কৰ্পৰেট বেংক (Bandhan Bank Loan)ৰ তালিকাত এই বেংকটো উল্লেখযোগ্য স্থানত আছে। কাৰণ এই বেংকৰ বিভিন্ন আঁচনি, তেওঁলোকৰ কাৰ্যকাল আৰু সুতৰ হাৰ গ্ৰাহকৰ বাবে যথেষ্ট সুবিধাজনক। অৱশ্যে এই নতুন প্ৰকল্পৰ পিছত ইয়াৰ গ্ৰাহকসকল অধিক লাভৱান হ’বলৈ গৈ আছে। যদি আপোনাৰো বন্ধন বেংকত একাউণ্ট আছে, তেন্তে আজি আপোনাৰ লাভ বৃদ্ধিৰ এই সুযোগ আছে। ঋণৰ বাবে আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

বন্ধন বেংকৰ ঋণৰ সবিশেষ

যিকোনো কামৰ বাবে সহজ চৰ্তত বন্ধন বেংকৰ পৰা ঋণ ল’ব পাৰিব। তদুপৰি আন কিবা ঋণ থাকিলে বন্ধন বেংকলৈ হস্তান্তৰ কৰিব পাৰিব। যদি আপুনি ১ লাখৰ পৰা ৫ লাখ টকাৰ ভিতৰত ব্যক্তিগত ঋণ লয়, তেন্তে মাহিলী ১৫.৯০ শতাংশ হাৰত সুত দিব লাগিব। এই ঋণ ১২ মাহৰ পৰা ৩৬ মাহৰ ভিতৰত (Bandhan Bank Loan) পৰিশোধ কৰিব লাগিব।

Home Loan আৰু Marriage Loan লোৱাৰ বাবে ১২ শতাংশ সুতৰ হাৰ। কিন্তু এই ক্ষেত্ৰত ঋণৰ সময়সীমা এতিয়া ১৫ বছৰলৈ বৃদ্ধি কৰা হৈছে। ব্যক্তিগত বা অন্যান্য ঋণ হওক সকলো ক্ষেত্ৰতে গ্ৰাহকে সুতৰ লগতে ১ শতাংশ প্ৰচেছিং চাৰ্জৰ লগতে GST দিব লাগিব। এই ঋণৰ বিষয়ে অধিক জানিবলৈ সম্পূর্ণ পঢ়ক। ঋণৰ বাবে আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

আৰু পঢ়ক – মোদীয়ে দি আছে ৫ লাখ টকা, আধাৰ কাৰ্ড লগতে এই নথি-পত্ৰৰ প্ৰয়োজন হ’ব !

বন্ধন বেংকৰ ঋণ কোনে ল’ব পাৰিব !

  • বন্ধন বেংকৰ পৰা এই অনলাইন ঋণৰ সুবিধা ল’বলৈ এজন গ্ৰাহক ভাৰতৰ স্থায়ী নাগৰিক হ’ব লাগিব।
  • ঋণ লোৱাৰ বয়স ২৩ৰ পৰা ৬৫ বছৰৰ ভিতৰত হ’ব লাগিব।
  • ঋণ লোৱাজন আৰ্থিকভাৱে স্বাৱলম্বী অৰ্থাৎ দৰমহা পোৱা শ্ৰমিক হ’ব লাগিব।
  • বন্ধন বেংকত একাউণ্ট থাকিব লাগিব।

বন্ধন বেংকৰ ঋণ আবেদনৰ নথিপত্ৰ

  • পৰিচয়ৰ যিকোনো প্ৰমাণ যেনে পাছপ’ৰ্ট, ভোটাৰ আইডি কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স।
  • স্থায়ী ঠিকনাৰ প্ৰমাণ।
  • নিজৰ এখন ৰঙীন শেহতীয়া পাছপ’ৰ্ট আকাৰৰ ফটো।
  • কৰ্মস্থলীৰ পৰা যোৱা তিনি বছৰৰ দৰমহাৰ ৰচিদ আৰু এবছৰৰ বাবে ১৬ নং প্ৰপত্ৰ।
  • যোৱা দুবছৰৰ আয়কৰ জমা ৰচিদ।

বন্ধন বেংকৰ ঋণ আবেদন প্ৰক্ৰিয়া

যদি আপুনি বন্ধন বেংকৰ গ্ৰাহক আৰু ঋণ ল’ব বিচাৰে তেন্তে আজিয়েই আপোনাৰ ওচৰৰ বন্ধন বেংকৰ শাখালৈ যাওক। তাত লোন ল’বলৈ ফৰ্ম এখন দিব। ফৰ্মখন শুদ্ধকৈ পূৰণ কৰি নিজৰ হাতেৰে চহী কৰক। ওপৰৰ নথি পত্ৰসমূহ একেলগে বেংকত জমা দিব। যদি আপুনি উপযুক্ত হয় তেন্তে কম সময়ৰ ভিতৰতে বেংকে আপোনাৰ ঋণ (Bandhan Bank Loan) অনুমোদন দিব।

1 thought on “বন্ধন বেংকৰ ঋণ ল’ব বিচাৰিলে, অনলাইনত এনেকৈ আবেদন কৰক !”

Leave a Comment