ডাক বিভাগত কৰ্মচাৰীৰ নিযুক্তি, প্রায় ৩০,০০০ পদ খালি !

WhatsApp Follow

ভাৰতীয় ডাক বিভাগত প্ৰায় ৩০ হাজাৰ পদত নিযুক্তি দিবলৈ ওলাইছে এম টি এছে। ৰাজ্য আৰু দেশৰ যিকোনো প্ৰান্তৰ পৰা নিবনুৱা যুৱক-যুৱতীয়ে আবেদন কৰিব পাৰিব। ভাৰতীয় ডাক বিভাগত কেৱল মধ্যমিক উত্তীৰ্ণৰ অৰ্হতা লৈ আপোনাৰ এটা ডাঙৰ চাকৰিৰ সুযোগ আছে। যদি আপুনি চাকৰিৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই খবৰটো আপোনাৰ বাবে। ভাৰতীয় ডাক বিভাগ সম্পৰ্কীয় নিযুক্তিৰ বিষয়ে অধিক সবিশেষ জানিব বিচৰা আগ্ৰহী আকাংক্ষীসকলে শেষলৈকে পঢ়ক। তলত পদক্ষেপ অনুসৰি বিতংভাৱে আলোচনা কৰা হ’ব। লগতে নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

পদৰ নামঃ এমটিএছ – মাল্টি টাস্কিং ষ্টাফ পদ নিযুক্তি দিব।

শিক্ষাগত অৰ্হতাঃ ভাৰতীয় ডাক বিভাগৰ নিযুক্তিৰ বাবে আৱেদন কৰিব বিচৰা সকলো চাকৰি প্ৰাৰ্থীয়ে তেওঁলোকৰ শিক্ষাগত অৰ্হতা হিচাপে কেৱল ১০ পাছ বা ইয়াৰ সমতুল্য অৰ্হতাহে থাকিব লাগে। ইয়াৰ উপৰিও উচ্চ অৰ্হতা থাকিলে আবেদন কৰিব পাৰিব।

বয়সৰ সীমাঃ ভাৰতীয় ডাক বিভাগৰ বৰ্তমানৰ নিযুক্তিৰ বাবে আবেদন কৰিবলৈ ইচ্ছুক সকলো চাকৰিৰ আকাংক্ষীৰ বয়স ১৮ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব। ইয়াৰ উপৰিও চৰকাৰী নীতি অনুসৰি সংৰক্ষিত ব্যক্তিৰ বাবে বয়সৰ অতিৰিক্ত শিথিলতা দিয়া হ’ব। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

আবেদন পদ্ধতিঃ ভাৰতীয় ডাক বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত অনলাইনৰ জৰিয়তে আবেদন গ্ৰহণ কৰা হ’ব। অনলাইন আবেদন কৰিবলৈ প্ৰথমে ভাৰতীয় ডাক বিভাগৰ অফিচিয়েল ৱেবছাইট যাওক।

১/ এপ্লিকেচন লিংকত ক্লিক কৰাৰ পিছত প্ৰথমে পঞ্জীয়ন কৰিব লাগিব।

২) পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত পঞ্জীয়ন নম্বৰ আৰু পাছৱৰ্ড লৈ লগইন কৰি সম্পূৰ্ণ আবেদন পত্ৰ পূৰণ কৰিবলৈ আৰম্ভ কৰক।

৩/ তাৰ পিছত প্ৰয়োজনীয় সকলো তথ্য সঠিকভাৱে পূৰণ কৰক।

৪/ নিৰ্দেশনা অনুসৰি আবেদনৰ সময়ত আপলোড কৰিবলগীয়া গুৰুত্বপূৰ্ণ নথি-পত্ৰ।

৫/ তাৰ পিছত আবেদন মাচুল জমা কৰিব লাগিব।

৬/ শেষত এবাৰ পৰীক্ষা কৰি ফাইনেল জমা দিব।

আবেদন মাচুলঃ জেনেৰেল আৰু অ’বিচিয়ে ১০০ টকা আবেদন মাচুল দিব লাগিব আৰু আন সংৰক্ষিত ব্যক্তিয়ে অনলাইন আবেদন কৰিবলৈ কোনো আবেদন মাচুল দিব নালাগে। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

নিযুক্তি প্ৰক্ৰিয়াঃ এই ক্ষেত্ৰত অনলাইন আবেদন কৰাসকলক কম্পিউটাৰৰ বেষ্ট টেষ্ট আৰু সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তি দিয়া হ’ব। সবিশেষ জানিবলৈ অফিচিয়েল PDF ডাউনলোড কৰক।

লগতে চাওক – ভাৰতীয় ৰেলৱেত নিযুক্তি, ৯১৪৪ পদ, শীঘ্ৰে অনলাইন আবেদন কৰক।

অনলাইন আবেদনৰ তাৰিখঃ জুলাই – আগষ্টৰ ভিতৰত আবেদন গ্ৰহণ কৰিব পাৰিব। অধিক আপডেটৰ বাবে আমাৰ লগত থাকক। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

আবেদন কৰিবলৈ তলত ক্লিক কৰক

অফিচিয়েল ৱেবছাইটক্লিক কৰক 
Join Whatsapp GroupJoin Now

1 thought on “ডাক বিভাগত কৰ্মচাৰীৰ নিযুক্তি, প্রায় ৩০,০০০ পদ খালি !”

Leave a Comment