ৰিজাৰ্ভ বেংক BMC চাকৰি, দৰমহা প্ৰতি ঘণ্টাত ১০০০ টকা !

Daily Job Update Follow

নতুন চাকৰিৰ অধিসূচনা প্ৰকাশ কৰা হৈছে। নিযুক্তি কেৱল সাক্ষাৎকাৰৰ জৰিয়তে হ’ব, কোনো লিখিত পৰীক্ষা নোহোৱাকৈ। ৰাজ্যৰ ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।

Bank’s Medical Consultant (BMC) পদত নিযুক্তি হ’ব। BMC পদত আবেদন কৰিবলৈ কি শিক্ষাগত অৰ্হতা, বয়সৰ প্ৰয়োজনীয়তা, দৰমহা, কেনেকৈ আবেদন কৰিব আৰু আবেদনৰ অন্তিম তাৰিখ কেতিয়া চাওক ? সবিশেষ আজিৰ প্ৰতিবেদনত আছে।

Bank’s Medical Consultant (BMC) ৰ চাকৰিৰ প্ৰাৰ্থীক ঘণ্টাৰ ভিত্তিত দৰমহা দিয়া হ’ব। এই পদৰ বাবে প্ৰতি ঘণ্টাত ১০০০ টকা লাভ কৰিব প্ৰাৰ্থীয়ে। ৩ বছৰৰ বাবে চুক্তিবদ্ধ ভিত্তিত নিযুক্তি। Bank’s Medical Consultant (BMC) ক প্ৰতি সপ্তাহত সৰ্বাধিক ৩০ ঘণ্টা কামৰ সুযোগ দিয়া হ’ব। তেতিয়া কৰ্মৰত কৰ্মচাৰীয়ে প্ৰতি সপ্তাহত ৩০ হাজাৰ টকা পৰ্যন্ত দৰমহা পাব পাৰে। অধিক বিৱৰণৰ বাবে চৰকাৰী PDF Download কৰক – 👇👇

ওপৰত উল্লেখ কৰা পদসমূহৰ বাবে আবেদন কৰিবলৈ উল্লেখ কৰা শিক্ষাগত অৰ্হতাটো হৈছে MBBS ডিগ্ৰী। ইয়াৰ উপৰিও দুবছৰীয়া কৰ্ম অভিজ্ঞতা আৰু আন কিছুমান অৰ্হতাৰ কথা বিতংভাৱে জনাৰ পিছত আবেদন কৰিব।

আৰু পঢ়ক – ডাক বিভাগত কৰ্মচাৰী নিযুক্তি, দৰমহা ১৯,৯০০/- টকা।

ইতিমধ্যে আবেদন আৰম্ভ হৈছে আৰু ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত ফৰ্মেটত আবেদন কৰিব পাৰিব। অধিক বিৱৰণৰ বাবে অফিচিয়েল PDF Download কৰক – 👇👇

RBI Bank’s Medical Consultant (BMC) Recruitment Notification:- Download

1 thought on “ৰিজাৰ্ভ বেংক BMC চাকৰি, দৰমহা প্ৰতি ঘণ্টাত ১০০০ টকা !”

Leave a Comment