ইণ্ডিয়ান অইলৰ নিযুক্তি, আজিয়ে আবেদন কৰক

WhatsApp Follow

IOCL Recruitment 2024 ৰ অধিসূচনা জাৰি কৰিছে। তেনে ক্ষেত্ৰত বিভিন্ন পদ আৰু ক্ষেত্ৰৰ নিযুক্তি একেলগে সম্পূৰ্ণ হ’ব। আপুনি নূন্যতম শিক্ষাগত অৰ্হতাৰ ভিত্তিত ভাল চাকৰি আৰু নিযুক্তি বিচাৰিছে নেকি আৰু ইণ্ডিয়ান অইলৰ এই নিযুক্তিৰ প্ৰতি আগ্ৰহী নেকি ? ইয়াত আবেদন কৰিবলৈ সোনকালে সবিশেষ জানক –

নিযুক্তি সংস্থা – ইণ্ডিয়ান অইল অৰ্থাৎ Indian Oil Corporation Limited (IOCL) নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে।

পদ/ক্ষেত্ৰ – একে সময়তে কেইটাও পদ/ক্ষেত্ৰ আছে য’ত প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব। অৰ্থাৎ –

  • Mechanical
  • Electrical
  • T&I
  • Human Resource
  • Accounts/Finance
  • Data Entry Operator
  • Domestic Data Entry Operator

আৰু পঢ়ক – ৰিজাৰ্ভ বেংক BMC চাকৰি, দৰমহা প্ৰতি ঘণ্টাত ১০০০ টকা !

মুঠ খালী পদ – এতিয়াৰ বাবে মুঠ ৪৭৩টা খালী পদত প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব।

শিক্ষাগত অৰ্হতা – নূন্যতম উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ অৰ্হতা আৱেদন কৰিব পাৰিব। উচ্চ পৰ্যায়ৰ পদত আবেদন কৰিবলৈ যোগ্যতাৰ প্ৰয়োজনীয়তা অধিক।

প্ৰাৰ্থীৰ বয়সৰ সীমা – প্ৰাৰ্থীৰ বয়স ১২/০১/২০২৪ তাৰিখৰ পৰা ১৮ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগে।

আবেদন পদ্ধতি – আপুনি অনলাইন আবেদন কৰিব পাৰিব। তেনে ক্ষেত্ৰত তলত দিয়া অফিচিয়েল অনলাইন আবেদন লিংকটো চাওক। তলত লিংক দিয়া আছে 👇👇

১/ অনলাইন পঞ্জীয়ন আৰু আপোনাৰ সকলো সবিশেষ তথ্যৰে ফৰ্ম পূৰণ কৰক।

২) অনলাইন পঞ্জীয়নৰ সময়ত আপোনাৰ বৈধ আৰু সক্ৰিয় মোবাইল নম্বৰ আৰু ইমেইল প্ৰদান কৰক।

৩) অনলাইন ফৰ্মত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি পূৰণ কৰক।

৪/ আপোনাৰ ৰঙীন পাছপ’ৰ্টৰ আকাৰৰ ফটো, চহী আদি আপলোড কৰক আৰু শেষত submit বুটামত ক্লিক কৰক।

আবেদনৰ অন্তিম তাৰিখ – ০১/০২/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। সকলো লিংক তলত দিয়া হৈছে।

মন কৰিব যে প্ৰাৰ্থীসকলক প্ৰথমতে ইয়াত এপ্ৰেণ্টিছ হিচাপে নিয়োজিত কৰা হ’ব আৰু প্ৰশিক্ষণৰ সময়ত ষ্টাইপেণ্ড দিয়া হ’ব। সবিশেষ জানিবলৈ তলত অফিচিয়েল নটিফিকেচন লিংক দিয়া হৈছে। তলত লিংক দিয়া আছে 👇👇

Important Links

Official NotificationClick Here 
Official Website/ Apply OnlineClick Here 

2 thoughts on “ইণ্ডিয়ান অইলৰ নিযুক্তি, আজিয়ে আবেদন কৰক”

Leave a Comment