ভাৰতীয় ৰেলৱে Construction কোম্পানীত নিযুক্তি, দৰমহা ৪০,০০০/- টকা

WhatsApp Follow

ভাৰতীয় ৰেলৱে Construction কোম্পানীয়ে IRCON Recruitment 2024 ৰ অধিসূচনা জাৰি কৰিছে। সেই ক্ষেত্ৰত একে সময়তে কেইবাবিধো পদৰ বাবে শ্ৰমিক নিযুক্তি দিয়া হৈছে। যিসকলে চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে আৰু কাম কৰিব বিচাৰে তেওঁলোকৰ বাবে এয়া এক সোণালী সুযোগ। সবিশেষ তলত দিয়া হৈছে –

নিযুক্তি সংস্থা – ইণ্ডিয়ান ৰেলৱে কনষ্ট্ৰাকচন কোম্পানী লিমিটেড (IRCON)ৰ দ্বাৰা জাৰি কৰা নিযুক্তিৰ অধিসূচনা।

পদৰ নাম – বিভিন্ন ধৰণৰ পদত নিযুক্তি দিয়া হ’ব। অৰ্থাৎ,

1.Assistant Manager/ Civil

2. A.O.S./ Finance

3. Assistant/ Finance

শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সংশ্লিষ্ট ক্ষেত্ৰত ডিগ্ৰী উত্তীৰ্ণ।

প্ৰাৰ্থীৰ বয়সৰ সীমা – উচ্চ বয়সৰ সীমা ৩০ বছৰ। এই বয়সৰ তলৰ যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰিব।

মাহিলী দৰমহা – পদ অনুসৰি মাহিলী দৰমহা বেলেগ বেলেগ হয়। সেই ক্ষেত্ৰত উচ্চতম পৰ্যায়ৰ পদৰ বাবে মাহিলী দৰমহা ৪০,০০০/- টকাৰ পৰা আৰম্ভ হৈছে।

আবেদন পদ্ধতি – আপুনি অনলাইন আবেদন কৰিব পাৰিব।

১/ তলত দিয়া অনলাইন আবেদন লিংকত ক্লিক কৰি অনলাইন পঞ্জীয়ন আৰু সকলো তথ্যসহ ফৰ্ম পূৰণ কৰক।

২) অনলাইন পঞ্জীয়নৰ বাবে আপোনাৰ বৈধ আৰু সক্ৰিয় মোবাইল নম্বৰ আৰু ইমেইল আইডি দিয়ক।

৩) অনলাইন ফৰ্মত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি পূৰণ কৰক।

আৰু পঢ়ক – ইণ্ডিয়ান অইলৰ নিযুক্তি, আজিয়ে আবেদন কৰক

৪) পাছপ’ৰ্টৰ আকাৰৰ ফটো আৰু স্বাক্ষৰ আদিৰ লগতে সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰ এটা এটাকৈ আপলোড কৰিব লাগিব।

৫) শেষত submit বুটামটোত ক্লিক কৰক আৰু আবেদন কৰাৰ পিছত আবেদন পত্ৰখন প্ৰিন্ট কৰি আপোনাৰ লগত ৰাখিব।

আবেদনৰ অন্তিম তাৰিখ – ০৯/০২/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। সকলো লিংক তলত দিয়া হৈছে।

Important Links

Official NotificationNotification1 / Notification2
Official WebsiteClick Here
Apply OnlineClick Here 

2 thoughts on “ভাৰতীয় ৰেলৱে Construction কোম্পানীত নিযুক্তি, দৰমহা ৪০,০০০/- টকা”

Leave a Comment