অৰুণোদয় আঁচনি 3.0 আবেদন কেনেদৰে কৰিব ?

WhatsApp Follow

How to apply for Assam Arunodoi Scheme – অৰুণোদয় আৰম্ভ কৰা হৈছিল ২০২২ চনত। ২০২২ চনৰ ১৪ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী Dr. হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ লিংকৰ জৰিয়তে অৰুণোদয় ২.০ ৰ পৰিচয় দিয়ে।

অৰুণোদয় 2.0 হৈছে ভাৰতৰ সৰ্ববৃহৎ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ (ডিবিটি) কাৰ্যসূচীবোৰৰ ভিতৰত এটা।

মুখ্য উদ্দেশ্য হৈছে অৰ্থনৈতিকভাৱে সুবিধাবঞ্চিত মহিলা, বৃদ্ধ পুৰুষ, বিকলাঙ্গ ব্যক্তিসকলক নিম্নতম মাহিলী উপাৰ্জন প্ৰদান কৰা। অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

আৰু পঢ়ক – প্ৰধানমন্ত্ৰীয়ে ১৮ হাজাৰ টকা দিছে শৌচাগাৰ নিৰ্মাণৰ বাবে, অনলাইন আবেদন কৰক

মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছিল যে অৰুণোদয় ২.০ ত ১০.৫৪ লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে।

এতিয়া আহিছো আপুনি যদি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেনেহলে কেনেকৈ আবেদন কৰিব ? তাৰ বাবে তলত আবেদন কৰাৰ লিংক দিয়া আছে তাতে ক্লিক কৰি আবেদন কৰিব পাৰিব 👇👇

অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

Apply Now

1 thought on “অৰুণোদয় আঁচনি 3.0 আবেদন কেনেদৰে কৰিব ?”

Leave a Comment