ষ্টেট বেংক RD ত প্ৰতিমাহে ১০০০ টকা জমা দি কিমান ৰিটাৰ্ণ পাব চাওক !

WhatsApp Follow

দেশৰ সৰ্ববৃহৎ ভাৰতীয় ষ্টেট বেংক ২০০ বছৰতকৈও অধিক পুৰণি। গাঁৱৰ পৰা চহৰলৈকে সকলোতে ষ্টেট বেংকৰ শাখা আছে। ষ্টেট বেংক হৈছে সকলো নাগৰিকৰ বিশ্বাসযোগ্য চৰকাৰী বেংক। ষ্টেট বেংকে চেভিংছ একাউণ্ট জমা ধনকে ধৰি বিভিন্ন আঁচনিত গ্ৰাহকক উৎকৃষ্ট ৰিটাৰ্ণ প্ৰদান কৰে। যদি আপুনি ৫ বছৰৰ বাবে প্ৰতিমাহে ১০০০ টকা ষ্টেট বেংকত জমা দিয়ে তেন্তে আপুনি আপুনি কিমান ৰিটাৰ্ণ পাব।

SBI RD আঁচনি !

আপুনি প্ৰতিমাহে ষ্টেট বেংক একাউণ্ট ৰিকাৰিং ডিপ’জিটত নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিব লাগিব আৰু মেচিউৰিটিৰ সময়ত সুতৰ সৈতে আপোনাৰ জমা ধন লাভ কৰিব। প্ৰতিমাহে ১০০ টকাৰ পৰা আৰম্ভ কৰি যিমান বিচাৰে জমা কৰিব পাৰিব। সেই ক্ষেত্ৰত আপুনি ১০ টকাৰ বহুগুণত ধন জমা দিব লাগিব। ১ বছৰৰ পৰা ১০ বছৰলৈকে ষ্টেট বেংকত পুনৰাবৃত্তিমূলক জমা একাউণ্ট খুলিব পাৰিব।

ষ্টেট বেংকৰ পুনৰাবৃত্তিমূলক জমা ধনৰ সুতৰ পৰিমাণ !

এতিয়া ষ্টেট বেংকৰ ৰিকাৰিং ডিপ’জিট (SBI RD)ৰ সুতৰ পৰিমাণৰ বিষয়ে জানো আহক। আপোনাৰ সুবিধাৰ বাবে তলত বিনিয়োগৰ সময়ছোৱাত আপুনি কিমান সুত পাব সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা তালিকাখন দিয়া হৈছে।

নংসময়কালসুতৰ পৰিমাণ
১)১ বছৰ৬.৮০ শতাংশ
২)২ বছৰ৭.০০ শতাংশ
৩)৩ বছৰ৬.৫০ শতাংশ
৪)৪ বছৰ৬.৫০ শতাংশ
৫)৫ বছৰ৬.৫০ শতাংশ

ষ্টেট বেংকত ৰিকাৰিং ডিপ’জিটত প্ৰতিমাহে ১০০০ টকা জমা কৰি কিমান ৰিটাৰ্ণ পাব ?

ষ্টেট বেংক ৰিকুৱেৰিং ডিপ’জিট (SBI RD) ত আপুনি এবছৰৰ বাবে প্ৰতিমাহে ১০০০ টকা জমা কৰে আৰু আপুনি ৬.৮০ শতাংশ সুত পাব, তেনে ক্ষেত্ৰত আপুনি মেচিউৰিটিত ১২,৪৪৯ টকা ৰিটাৰ্ণ পাব।

যদি আপুনি ষ্টেট বেংকৰ ৰিকাৰিং ডিপজিটত ২ বছৰৰ বাবে প্ৰতিমাহে ১০০০ টকা জমা দিয়ে তেন্তে ৭.০০% সুত পাব, তেতিয়া দুবছৰৰ পিছত ২৫,৮২০ টকা ৰিটাৰ্ণ পাব।

যদি আপুনি প্ৰতিমাহে ১০০০ টকা ষ্টেট বেংকৰ ৰিকাৰিং ডিপজিটত ৩ বছৰৰ বাবে জমা দিয়ে তেন্তে আপুনি ৬.৫০% সুত পাব, তেনে ক্ষেত্ৰত আপুনি মেচিউৰিটিৰ সময়ত ৩৯,৮২৪ টকা ৰিটাৰ্ণ পাব।

লগতে চাওক – ৩টা লাভজনক ব্যৱসায়, প্ৰতি মাহে লাখ লাখ টকা ঘৰলৈ আহিব !

যদি আপুনি প্ৰতিমাহে ১০০০ টকা ষ্টেট বেংকৰ ৰিকাৰিং ডিপজিটত ৪ বছৰৰ বাবে জমা কৰে তেন্তে আপুনি ৬.৫০% সুত পাব, তেনে ক্ষেত্ৰত আপুনি মেচিউৰিটিৰ সময়ত ৫৪,৯০৫ টকা ৰিটাৰ্ণ পাব।

SBI Recurring যদি আপুনি পাঁচ বছৰৰ বাবে প্ৰতিমাহে ১০০০ টকা বিনিয়োগ কৰে তেন্তে আপুনি ৬.৫০% সুত পাব, তেনে ক্ষেত্ৰত আপুনি ৭০,৯৮৯ টকা ৰিটাৰ্ণ পাব।

যদি আপুনি SBI Recurring Deposit (SBI RD) ত ১০ বছৰৰ বাবে প্ৰতিমাহে ১০০০ টকা জমা দিয়ে তেন্তে ৬.৫০% সুত পাব আৰু মেচিউৰিটিত মুঠ ৰিটাৰ্ণ ১,৬৮,৯৮৩ টকা পাব যিটো প্ৰায় ১ লাখ ৭০ হাজাৰ টকা।

2 thoughts on “ষ্টেট বেংক RD ত প্ৰতিমাহে ১০০০ টকা জমা দি কিমান ৰিটাৰ্ণ পাব চাওক !”

Leave a Comment