চৰকাৰী Tractor আঁচনি, অনলাইন আবেদন কৰক !

WhatsApp Follow

Tractor Asoni Online Apply – ভাৰত চৰকাৰৰ এক বিশেষ আঁচনি যাৰ জৰিয়তে আপোনালোকে লাভ কৰি Free Tractor কি আঁচনিৰ জৰিয়তে লাভ কৰিব Free Tractor ? তাৰ বাবে কি কি নথি-পত্র লাগিব ? কেনেকৈ আবেদন কৰিব সকলো জনাম এই আর্টিকেলটোৰ জৰিয়য়ে, সেই বাবে সম্পূর্ণ পঢ়ক – লগতে আবেদন কৰাৰ লিংক তলত দিয়া তাতে ক্লিক কৰি আবেদন কৰক 👇👇

আধুনিক যুগত যাতে খেতিয়ক সকলে আগৰ দৰে খেতি কৰিব নালাগে তাৰ বাবে চৰকাৰে হাতত লৈ এক বিশেষ আঁচনি। এই আঁচনিৰ জৰিয়তে সকলো খেতিয়কক প্রধান কৰা হ’ব বিনামূলীয়াকৈ Tractor ।

ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ ভাবে আৰাম্ভ কৰিছে এই আঁচনি, এই আঁচনিৰ জৰিয়তে আপুনি ঘৰতে বহি লাভ কৰিব Free Tractor । ভাৰত চৰকাৰ PM Kisan Tractor Asoni আৰু অসম চৰকাৰৰ সমগ্র গ্রাম উন্নয়ন যোজনাৰ জৰিয়তে আবেদন কৰি আপুনি ঘৰলৈ লৈ আহিব পাৰিব ৫০% ছাপচিটি এখন Tractor । লগতে আবেদন কৰাৰ লিংক তলত দিয়া তাতে ক্লিক কৰি আবেদন কৰক 👇👇

কিন্তু আপুনি যদি এজন অসমীয়া আৰু খেতিয়ক তেনেহলে অসম চৰকাৰৰ সমগ্র গ্রাম উন্নয়ন যোজনাৰ জৰিয়তে লাভ কৰিব ৭০% ছাপচিটি এখন Tractor । অর্থাৎ ৫,৫০০০০ টকা পর্যন্ত ৰেহাই। ইয়াৰ উপৰিও বেংকে আপোনাক প্রদান কৰিব ২০% ঋণ। অর্থাৎ মাত্র ১০% খৰচ কৰি ঘৰলৈ লৈ আহিব পাৰিব এখন Tractor ।

আৰু পঢ়ক – চৰকাৰী ই-ৰিক্সাৰ বাবে আবেদন চলি আছে, আপুনি আবেদন কৰক !

আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

Apply Here

3 thoughts on “চৰকাৰী Tractor আঁচনি, অনলাইন আবেদন কৰক !”

Leave a Comment