‘ডাক্টৰ’ শব্দৰ সম্পূর্ণ ৰূপ কি ? ৯৯% মানুহে উত্তৰ নাজানে !

Daily Job Update Follow

প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে সাধাৰণ জ্ঞান অতি গুৰুত্বপূৰ্ণ। যদি আপুনি এই বিষয়ত আপোনাৰ জ্ঞান বৃদ্ধি কৰিব বিচাৰে তেন্তে আপুনি নিয়মিতভাৱে কিতাপ আৰু আলোচনী পঢ়িব লাগিব। প্ৰহেলিকা আৰু কুইজৰ অনুশীলনও কৰক। এই প্ৰতিবেদনত কিছুমান অচিনাকি প্ৰশ্নৰ উত্তৰ পাঠকৰ মাজলৈ অনা হৈছে, এবাৰ চাওকচোন।

১) প্ৰশ্ন : ভাৰতৰ আটাইতকৈ ধনী আৰু দুখীয়া ৰাজ্য কোনখন?
উত্তৰঃ ভাৰতৰ আটাইতকৈ ধনী ৰাজ্য মহাৰাষ্ট্ৰ আৰু আটাইতকৈ দৰিদ্ৰ ৰাজ্য বিহাৰ।

২) প্ৰশ্ন : কোনখন দেশৰ প্ৰধানমন্ত্ৰীক ফাঁচী দিয়া হৈছিল?
উত্তৰঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোক মৃত্যুদণ্ড (১৯৭৯)।

৩) প্ৰশ্ন : পশ্চিম বংগৰ কোন দুখন চহৰক ‘যমজ চহৰ’ বুলি কোৱা হয়?
উত্তৰঃ কলকাতা আৰু হাওৰাক পশ্চিম বংগৰ যমজ চহৰ বুলি কোৱা হয়।

৪) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ পাকিস্তান নামৰ ঠাই আছে ?
উত্তৰঃ বিহাৰ ৰাজ্যত।

৫) প্ৰশ্ন : আটাইতকৈ উগ্ৰ মাছ পিৰানা ক’ত পোৱা যায়?
উত্তৰঃ দক্ষিণ আমেৰিকাৰ কিছুমান মিঠা পানীৰ হ্ৰদ আৰু নদীত পিৰানা মাছ পোৱা যায়।

৬) প্ৰশ্ন : ভাৰতত কোনখন ৰঙৰ গাড়ী সাধাৰণ মানুহে কিনা নিষিদ্ধ?
উত্তৰ : অলিভ গ্ৰীণ ৰঙৰ গাড়ী। কাৰণ এই ৰং কেৱল ভাৰতীয় সেনাৰ বাবেহে ব্যৱহাৰ কৰা হয়।

৭) প্ৰশ্ন : কোনখন দেশে প্ৰথমে এঘণ্টাৰ সমান ৬০ মিনিট আৱিষ্কাৰ কৰিছিল?
উত্তৰ : গ্ৰীচ।

৮) প্ৰশ্ন : আগতে কোনটো চৰাইয়ে ডাকঘৰৰ কাম কৰিছিল?
উত্তৰ : কপৌ।

৯) প্ৰশ্ন : ৱাইফাইতকৈ ১০০ গুণ দ্ৰুত কি কি হয় জানেনে?
উত্তৰ: LiFi (লাইট ফিডেলিটি)

১০) প্ৰশ্ন : ‘ডাক্টৰ’ শব্দটোৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ: DOCTOR শব্দটোৰ সম্পূৰ্ণ ৰূপ হ’ল —
D – Doctor
O – Obedient
C – Character
T – Tolerancy
O – Optimistic
R – Respect & Responsibility

Leave a Comment