ছোৱালীক কিয় কম বয়সতে বিয়া কৰাব নালাগে? জানি আচৰিত হ’ব আপুনি !

WhatsApp Follow

UPSC পৰীক্ষাক দেশৰ অন্যতম কঠিন পৰীক্ষা হিচাপে বিবেচিত হৈছে। সকলোৱে পাৰ কৰাৰ সপোন দেখে কিন্তু সকলোৰে হাতৰ মুঠিত নহয়। কেৱল নিৰ্বাচিত লোকেহে উত্তীৰ্ণ হ’ব পাৰে। এইটো পাছ কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়টো হ’ল সাক্ষাৎকাৰ। ইয়াৰ সাক্ষাৎকাৰটোও ক্লিয়াৰ কৰাটো অতি কঠিন। ইয়াত এনেধৰণৰ প্ৰশ্ন কৰা হয় যিয়ে সকলোকে আচৰিত কৰি তোলে। এনে কিছুমান প্ৰশ্নৰ ওপৰত চকু ফুৰাওঁ আহক।

১) প্ৰশ্ন : ভাৰতৰ কোনখন গাঁৱক ‘মিনি ইজৰাইল’ বুলি কোৱা হয় ?
উত্তৰঃ হিমাচল প্ৰদেশৰ কাছল গাঁৱৰ নাম ‘মিনি ইজৰাইল’। আচলতে ইজৰাইল দেশৰ নাগৰিকে সামৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰি কেইমাহমান জিৰণি ল’বলৈ ভাৰতৰ এই গাঁওখন বাছি লয়। সেইবাবেই এই গাঁওখনক মিনি ইজৰাইল নামেৰে জনাজাত হৈ পৰিছে।

২) প্ৰশ্ন : কোন ভাৰতীয় ৰজাই নিজৰ কন্যাক বিয়া কৰাইছিল ?
উত্তৰঃ মোগল শাসক শ্বাহজাহানে তেওঁৰ কন্যা জাহানাৰাক বিয়া কৰাইছিল বুলি কোৱা হয়।

৩) প্ৰশ্ন : ইংৰাজে প্ৰথম কেতিয়া ভাৰতৰ মাটিত ভৰি দিছিল ?
উত্তৰঃ ১৪৯৮ চনৰ ২০ মে’।

৪) প্ৰশ্ন : কলিকতা চহৰৰ প্ৰতিষ্ঠাপক কোন ?
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানী জব চাৰ্নক নামৰ এজন প্ৰশাসকে কলিকতা প্ৰতিষ্ঠা কৰিছিল।

৫) প্ৰশ্ন : দেশখনৰ নাম পাকিস্তান কোনে ৰাখিলে জানেনে ?
উত্তৰঃ ৰহমত আলীয়ে পাকিস্তান দেশৰ নাম ৰাখিলে।

৬) প্ৰশ্ন : সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি কি বুলি জনা যায় ?
উত্তৰঃ ছুপাৰনোভা হৈছে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি।

৭) প্ৰশ্ন : কোন বছৰত ভাৰতৰ বজাৰত মোবাইল আহিছিল ?
উত্তৰঃ ১৯৯৫ চনত।

৮) প্ৰশ্ন : পশ্চিম বংগত কোনখন নদীক ‘জীৱন ৰেখা’ বুলি জনা যায় ?
উত্তৰঃ ভাগীৰথি নদীক পশ্চিম বংগৰ জীৱন ৰেখা বুলি কোৱা হয়।

৯) প্ৰশ্ন : ভোপাল গেছ দুৰ্ঘটনা (ভূপাল দুৰ্যোগ) কোন বছৰত ?
উত্তৰ : ১৯৮৪ চনৰ ৩ ডিচেম্বৰ।

১০) প্ৰশ্ন : ছোৱালীৰ সেই বস্তুটো কি যিটো গা ধোৱাৰ পিছতো তিতি নাযায়?
উত্তৰঃ কোনো অৱস্থাতে ছাঁ কেতিয়াও তিতি নাথাকে।

১১) প্ৰশ্ন : ছোৱালীক কিয় কম বয়সতে বিয়া কৰাব নালাগে?
উত্তৰ : ভুল বুজা বুজি হয়।

Leave a Comment