৭.১০ শতাংশ সুদ পাব, এই তিনিটা বেংকত ফিক্সড ডিপোজিট কৰিলে

WhatsApp Follow

( You will get 7.10 interest in these three banks) বর্তমান সময়ত যেনেকৈ বস্তুৰ দাম বাঢ়ি আছে, তেনেদৰে কিন্তু কর্মসংস্থাপন বঢ়া নাই ! এই সময়ত টকা থাকিলেই নহ’ব, সেই টকাক কামত লগাব লাগিব যেনে আপুনি ফিক্সড ডিপোজিট কৰিব পাৰে । কিন্তু আপোনাৰ প্রশ্ন আহিব কোনটো বেংকত ফিক্সড ডিপোজিট কৰিলে বেছি ৰিটান্ট পাব ! সেই বাবে আজি আমি কথা পাতিম তিনিটা বেংকৰ কথা যি তিনিটা বেংক ফিক্সড ডিপোজিট কৰিলে ৭.১০ শতাংশ সুদ পাব । বেংক তিনিটা কি –

ডিছিপি বেংক, এই বছৰত যোৱা ২১ মে’ত নতুন নিয়ম কার্যকাৰী কৰা হৈছে ! তাত কোৱা হৈছে বেংকৰ বয়স্ক গ্রাহক সকলক দিয়া হ’ব ৭.১ শতাংশ সুদ । তাৰ বাহিৰেও ট্যাক্স ছেভিং ডিপোজিটও সুবিধা উপলব্দ আছে ।

ইয়েছ বেংক, ডিছিপি বেংক পিছত ট্যাক্স ছেভিং ফিক্সড ডিপোজিটে সর্বোচ্চ সুদ দি আছে Yes Bank । ৭ শতাংশ সুদ দিয়ে প্রবীণ নাগৰিক সকলক । বাকি বোৰক এই সুদৰ পৰিমাণ ৬.৬ শতাংশ ।

আৰবিএল বেংক, যদিও এই বেংক ট্যাক্স ছেভিং ডিপোজিটে সুদৰ পৰিমাণ কম, তাৰ পাছতো বেলেগ বেংকৰ তুলনাত বহুত বেছি ! এখানে বয়স্ক নাগৰিক সকলক দিয়া হয় ৬.৮ শতাংশ সুদ । বেলেগ গ্রাহকে পাব ৬.৩ শতাংশ সুদ ।

Leave a Comment