শিশুৰ খং কমোৱাৰ উপায় | ড. মানিক কুমাৰ তালুকদাৰ

WhatsApp Follow

( Ways To Reduce The Child’s Anger ) আমাৰ পৰিয়ালৰ এনে কিছুমান শিশু থাকে, যিসকলে সকলো সময়তে অকল খং কৰে ! সেই খং নিয়ন্ত্রণ কৰিবলৈ আমাৰ বহুত কষ্ট হয় । শিশু সকলে অধিক খং কৰাৰ ফলত স্ক্রিন’য়েৰ প্রতি আকৃষ্ট হয়, যাৰ ফলত শাৰীৰিক ও মানুসিক বৃদ্ধিৰ ওপৰত বেয়া প্রভাৱ পেলায় । কিন্তু চিন্তাৰ কোনো কাৰণ নাই আজি আমি এই আর্টিকেলটোত কথা পাতিম শিশুৰ খং কমোৱাৰ কেইটামান উপায় সেই বাবে সম্পূর্ণ পঢ়িব –

১/ আপোনাৰ সন্তান যেতিয়া খং কৰিব তেতিয়া নিজে সান্ত থাকি, আপোনাৰ ল’ৰা – ছোৱালীক সান্তনা দিবলৈ চেষ্টা কৰক । আপুনি যদি এনে কৰে তেনেহলে আপোনাৰ ল’ৰা – ছোৱালী অতি সহজে সান্ত হ’ব ।

২/ আপোনাৰ সন্তান যেতিয়া খং কৰিব তেতিয়া আপুনি তাৰ প্রশংসা কৰিবলৈ সংকুচ বোধ নকৰিব ! আপুনি যদি আপোনাৰ শিশুৰ খং কৰাৰ সময়ত প্রশংসা কৰিব পাৰে তেনেহলে আপোনাৰ সন্তান সান্ত হ’ব ।

৩/ আপোনাৰ সন্তান যেতিয়া খং কৰিব তেতিয়া আপোনাৰ সন্তানৰ কথাত মনোযোগ দিয়ক, আপোনাৰ সন্তানে যি কয় সেয়া মনোযোগেৰে শুনক ! আপুনি যদি এনে কৰে তেনেহলে দেখিব আপোনাৰ সন্তান অলপ সময়ৰ ভিতৰত সান্ত হ’ব ।

আৰু পঢ়ক-

৪/ শিশু সকলে গান শুনি ভালপায় সেই বাবে যেতিয়া আপোনাৰ সন্তানে খং কৰিব তেতিয়া তাৰ পছন্দৰ এটা গান শুনাব পাৰে ! শিশু সকলক সান্ত কৰাৰ এইটোও এটা উপায় ।

4 thoughts on “শিশুৰ খং কমোৱাৰ উপায় | ড. মানিক কুমাৰ তালুকদাৰ”

Leave a Comment