এই গুণ সমূহ থাকিলে তাৰ কেতিয়াও টকাৰ অভাৱ নহয় | If he has this quality, he will not be short of money

WhatsApp Follow

( If he has this quality, he will not be short of money ) টকা হৈছে এনেকুৱা এটা বস্তু যি সকলোৰে প্রয়োজন, টকাৰ বাবে মানুহে যিকনো কাম কৰিব পাৰে ! এই টকা লৈ ভাই – ককাইৰ মাজত কাজিয়া হয় । সত্য কথা ক’ব গ’লে যাৰ টকা নাই তাৰ এই সমাজত কোনো দাম নাই, টকাই মানুহক সন্মান দিয়ে ! আৰু টকা নাথাকিলে কেতিয়াবা অপমানিত হ’ব লাগে । সেই বাবে আজি আমি এই আর্টিকেলটোত কথা পাথিম কি গুণ সমূহ থাকিলে আপোনাৰ কেতিয়াও টকাৰ অভাৱ

১/ সততা, আপুনি ক’ব টকাৰ মাজত সততাৰ কি সম্পর্ক আছে ? হয় আছে আপুনি যদি নিজে সৎ বা টকাৰ লেনদেনৰ মাজত সততা আছে , তেনেহলে আপোনাক সকলোৱে টকা দিবলৈ সাহস পাব । আৰু সেই টকাৰে কিবা ব্যৱসাই কৰিব পাৰিব । আৰু তাৰ পৰা টকা উপার্জন হ’ব ! সেই বাবে সততাৰ প্রয়োজন আছে ।

২/ এলেহুৱা ভাৱ, কিছুমান মানুহ আছে তেওঁলোকে নিজৰ মাজত এলেহুৱা ভাৱ ৰাখি থয়, আৰু ভগৱানৰ দুষ দিয়ে যে মোৰ টকা নাই ! আচলতে ভগৱানে কেতিয়াও আপোনাৰ ঘৰত টকা আনি নিদিয়ে, তাৰ বাবে আপোনাক উপার্জন কৰিব লাগিব । যদি আপুনি টকা উপার্জন কৰে তেনেহলে আপোনাৰ জীৱনত কেতিয়াও টকা অভাৱ নহয় ।

৩/ নিজৰ ওপৰত বিশ্বাস, যাৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কোনো কামতে সফল হ’ব নোৱাৰে ! সেই বাবে আগতে নিজৰ ওপৰত বিশ্বাস ৰাখক, যে আপুনি টকা উপার্জন কৰিব পাৰিব ।

আৰু পঢ়ক-

৪/ সঁচা কথা কোৱা, হয় সঁচা কথা কোৱাৰ মাজতো টকাৰ প্রয়োজন আছে, যিজন সকল মানুহে সকলো কথাতে অকল মিছা কথা কয়, তেওঁলোকক ভগৱানে বেয়া পায় । সেই বাবে তাক টকা – পইচাৰ অভাৱত ৰাখে । যিমান পাৰে সঁচা কথা কোৱা অভ্যাস কৰক ।

Leave a Comment