৪ টা দমদাৰ ফোনঃ Photo দেখিলে আপুনি হ’ব আচৰিত

WhatsApp Follow

এটা নতুন ফোন কিনাৰ কথা আপুনিও ভাৱি আছে নেকি ! কম বাজেটত যদিহে এটা নতুন ভাল ফোন কিনাৰ কথা ভাৱি আছে তেন্তে এই খবৰ আপোনাৰ বাবেই। আজি আমি আপোনাক জনাম ২০হাজাৰতকৈ কম টকাত পোৱা ৪টা বিশেষ ফোন। এই ৪টা ফোনৰে কেমেৰা কোৱালিটী অতিকৈ উন্নতমানৰ।

1. Realme Narzo 60 5G: এই ফোনটো গ্ৰাহকে ১৭,৯৯৯টকাত ক্ৰয় কৰিব পাৰিব। ফোনটোৰ মুখ্য কেমেৰা 64MPৰ লগতে চেলফী কেমেৰা 16MPৰ।
Buy Link: Click Here

2. OnePlus Nord CE 3 Lite 5G: এই ফোনটো গ্ৰাহকে নিজৰ কৰি লব পাৰিব ১৯,৯৯৯টকাত। এইফোনটোৰ কেমেৰা অতিকৈ উন্নতমানৰ। ফোনটোৰ মুখ্য কেমেৰা 108MP আৰু চেলফী কেমেৰা 16MPৰ। ইয়াৰ লগতে এই ফোনটোত Qualcomm Snapdragon 695 5G প্ৰচেচৰো উপলদ্ধ।
Buy Link: Click Here

3. Realme 10 Pro 5G: ১৮,৯৯৯টকাত এইফোনটো ক্ৰয় কৰিব পাৰিব। মুখ্য কেমেৰা ১০৮ মেগা পিক্সাৰেল আৰু চেলফী কেমেৰা ১৬ মেগাপিক্সাৰেলৰ। এই ফোনটোৰ বেটাৰীও খুবেই ভাল।
Buy Link: Click Here

4. Samsung Galaxy M34 5G: এই ফোনটোও ১৮,৯৯৯টকাত ক্ৰয় কৰিব পাৰিব গ্ৰাহকে। ফোনটোৰ মুখ্য কেমেৰা 50MP+8MP+2MPৰ লগতে ১৩ মেগাপিক্সাৰেলৰ চেলফী কেমেৰা উপলদ্ধ। 6000mAh ৰ বেটেৰীও পাব এই ফোনটোত।
Buy Link: Click Here

Leave a Comment