আজিৰ যুগত সকলোৱে টকা উপার্জন কৰিব বিচাৰে, সেই সকলৰ বাবে আজি আমি লৈ আহিছো এই বিশেষ উপায়। আপোনাৰ হাতত যদি এইসমূহ নোট থাকে তেনেহলে অতি কমেও ৩ লাখ টকা পাব ! টকা পোৱাৰ বাবে কি কৰিব লাগিব সেয়া জানিবলৈ সম্পূর্ণ পঢ়িব…
টকা পোৱাৰ বাবে সেই নোটত কিছুমান বিশেষত্ব থাকিব লাগিব ! ৫, ১০, ২০, ৫০, ১০০ আৰু ২০০ টকাৰ নোট যদি আপোনাৰ লগত আছে মুহূর্ততেই আপুনি লাখপতি হ’ব পাৰিব । এই অফাৰ সমূহ চলি আছে বিভিন্ন ৱেবচাইটে, এই ৱেবচাইট সমূহত পূৰণা নোত বিক্রী কৰি ৫ লাখ টকা উপার্জন কৰিব পাৰে । কিন্তু এই মুহূর্তে সকলোতকৈ ট্রেন্ডিংত আছে 786 লিখা ১০০ আৰু ১০ টকাৰ নোট । কিন্তু এটা কথা মনত ৰাখিব এইসমূহ নোট হ’ব লাগিব পূৰণা ।
হয়তো আপুনি ভাৱিব পাৰে 786 নোটৰ ইমান বিশেষত্ব কিয় ? তাৰ বাবে আপোনাক জনাই থব বিচাৰো যে এই পৃথিৱীত বহু ধর্ম আছে, আৰু ধর্মপ্রান মানুহও আছে, তাৰে ভিতৰত মুছলিম ধর্মাৱলম্বী লকৰ মাজত এই 786 নম্বৰোটোৰ বিশেষত্ব । মুছলিম ধর্মাৱলম্বী লোকসকলে এই নম্বৰটো শুভ বুলি মনা হয় । অকল মুছলিম ধর্মাৱলম্বী লোক নহয় হিন্দু, বৌদ্ধ, খ্রিষ্টান ধর্মাৱলম্বী লোকেও ইয়াক শুভ বুলি মানে ।
আপুনি এই নোট বিক্রী কৰিবলৈ প্রথমেই আপোনাক ( ebay.in ) বা কুইকাৰ নহলে ইন্ডিয়ামার্ট ৱেবচাইটত যাব লাগিব । তাত আপোনাক বিক্রেতা হিচাপে ছাইন ইন কৰিব লাগিব । তাৰ পাছত আপোনাৰ সেই পূৰণা নোটৰ ফটো উঠাব লাগিব, আৰু আপলোড কৰিব লাগিব । আপলোড কৰাৰ পাছত বিজ্ঞাপন হিচাপে গ্রহণ কৰিব ইবে, পৰৱর্তীতে সেই ফটো গ্রাহকক ইচ্ছুক গ্রাহকক দেখা ইবে । তাৰ পাছত গ্রাহকে ডাইৰেক্ট আপোনাৰ লগত কন্টাক্ট কৰি সেই নোট ক্রয় কৰিব ।
৫, ১০, ২০, ৫০, ১০০, ২০০ টকাৰ নোট বিক্রী কৰিবলৈ তলত ক্লিক কৰক !