ভাৰতীয় বিমানবন্দৰৰ কৰ্মচাৰী নিযুক্তি, দৰমহা ১৫০০০/- টকা।

WhatsApp Follow

AAI Recruitment 2024 – চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ। ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে নিযুক্তিৰ নতুন অধিসূচনা। ভাৰতীয় নাগৰিকে অসমৰ যিকোনো জিলাৰ পৰা আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ এই প্ৰতিবেদন ভালদৰে পঢ়ক।

আজিৰ প্ৰতিবেদনত তলত বিমানবন্দৰত আবেদন কৰিবলৈ চাকৰিৰ আকাংক্ষীসকলৰ শৈক্ষিক অৰ্হতা, বয়স আৰু দৰমহা আৰু আবেদন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে।

পদৰ নাম আৰু খালী পদ কিমান ?
Apprentices ইয়াত আবেদন কৰিব পাৰিব। মুঠ ১৩০টা খালী পদত নিযুক্তি দিয়া হ’ব। অধিক জানিবলৈ জাননী অনুসৰণ কৰক।

বয়সৰ সীমা কিমান ?
বিমানবন্দৰত আবেদন কৰিবলৈ বয়স ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰত হ’ব লাগে লগতে চৰকাৰী সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে বয়সৰ শিথিলতা আছে।

দৰমহাৰ চাওক ?
১) Graduate Apprentices পদত নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিমাহে ১৫,০০০/- টকা দৰমহা বিমানবন্দৰে প্ৰদান কৰিব।

২) Diploma Apprentices পাৰিতোষিক হিচাপে প্ৰতিমাহে ১২,০০০/- টকা দৰমহা দিয়া হ’ব।

৩) ITI Trade পদৰ বাবে প্ৰতিমাহে ৯,০০০/- টকা পাৰিশ্ৰমিক। অধিক বিৱৰণৰ বাবে চৰকাৰী অধিসূচনা Download কৰক।

আৰু পঢ়ক – ৰেলৱে ইণ্ডিয়াই এক বৃহৎ নিযুক্তি, দৰমহা ৪০,০০০/- টকা।

আবেদন পদ্ধতি ?
প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব লাগিব। অফিচিয়েল ৱেবছাইটত গৈ নিজৰ দায়িত্বত অনলাইন আবেদন কৰক। চাকৰিৰ প্ৰাৰ্থীসকলে বিতং তথ্য শুদ্ধকৈ দেখাৰ পিছত নিজৰ দায়িত্বত আবেদন কৰিব।

শেষ তাৰিখ – চাকৰিৰ আকাংক্ষীসকলে ২০২৪ চনৰ ৩১ জানুৱাৰীলৈকে অনলাইনযোগে আবেদন কৰিব পাৰিব।

Important Links –

Website LinkClick Here
NotificationClick Here

Leave a Comment