ভাৰতৰ বৃহত্তম ব্যক্তিগত কোম্পানীত কৰ্মচাৰী নিযুক্তি, দৰমহা ২৭,০০০ /-

WhatsApp Follow

AI Engineering services Limited – পুনৰবাৰ এটা ব্যক্তিগত কোম্পানীত নতুন চাকৰিৰ অধিসূচনা প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যৰ চাকৰি আকাংক্ষীসকলৰ বাবে এক সুন্দৰ খবৰ। এই চাকৰিৰ বাবে প্ৰাৰ্থীয়ে ভাৰতৰ যিকোনো প্ৰান্তৰ পৰা আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা, আবেদন পদ্ধতি, নিযুক্তি পদ্ধতি আৰু এই চাকৰিৰ বিষয়ে সম্পূৰ্ণ তথ্য পাবলৈ তলৰ প্ৰতিবেদনখন ভালদৰে পঢ়িব লাগিব।

এই জব চাৰ্কুলাৰখন AI Engineering services Limited কোম্পানীয়ে প্ৰকাশ কৰিছে। আসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত মুঠ ২০৯টা খালী পদত নিযুক্তি দিয়া হ’ব। সহকাৰী তত্বাৱধায়ক পদৰ বাবে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ শিথিলতা লাভ কৰিব। সবিশেষ জানিবলৈ তলত দিয়া লিংকৰ পৰা অফিচিয়েল নটিফিকেচন ডাউনলোড কৰিব পাৰিব। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

আনুষ্ঠানিক জাননীত প্ৰাৰ্থীসকলক কোৱা হৈছে যে প্ৰাৰ্থীসকলে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো প্ৰতিষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হ’ব লাগিব আৰু কম্পিউটাৰৰ কোনো এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব আৰু কম্পিউটাৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব, তেতিয়া তেওঁলোকে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব অতি। যদি প্ৰাৰ্থীসকলে এই পদত চাকৰি পায় তেন্তে তেওঁলোকৰ দৰমহা আৰাম্ভ হ’ব ২৭ হাজাৰ টকাৰ পৰা।

আৰু পঢ়ক – চৰকাৰী চাকৰি ১৮ বছৰ হ’লে হ’ব, দৰমহা ২৫,৪০০ টকা – আবেদন পদ্ধতি চাওক !

প্ৰাৰ্থীসকলক প্ৰথমে লিখিত পৰীক্ষাৰ জৰিয়তে আৰু তাৰ পিছত সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তি দিয়া হ’ব। আবেদন কৰিবলৈ চৰকাৰী জাননীত দিয়া আবেদন পত্ৰ পূৰণ কৰি সকলো নথি-পত্ৰ সংলগ্ন কৰি নিৰ্দিষ্ট সময়ৰ আগতে PDF ফাইল তৈয়াৰ কৰি নিৰ্দিষ্ট ইমেইল আইডিলৈ প্ৰেৰণ কৰক আৰু আবেদনৰ পৰা গুগল ফৰ্ম পূৰণ কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক তলত লিংক দিয়া আছে। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

আবেদন মাচুল ১০০০ টকা নিৰ্ধাৰণ কৰা হৈছে। আবেদন মাচুল ডিমাণ্ড ড্ৰাফ্টৰ দ্বাৰা পৰিশোধ কৰিব লাগিব। সবিশেষ চৰকাৰী জাননীত আলোচনা কৰা হৈছে, আবেদনৰ অন্তিম তাৰিখ ১৫ জানুৱাৰী ২০২৪।

Official NoticeClick Here
Apply OnlineClick Here
Official WebsiteClick Here

Leave a Comment