চৰকাৰী চাকৰি ১৮ বছৰ হ’লে হ’ব, দৰমহা ২৫,৪০০ টকা – আবেদন পদ্ধতি চাওক !

WhatsApp Follow

Junior Purchase Assistant Junior Storekeeper Recruitment Notification – ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি সঞ্চালকালয়ে প্ৰকাশ কৰিছে নতুন চাকৰিৰ অধিসূচনা। ভাৰতৰ যিকোনো জিলা আৰু আসম ৰাজ্যৰ ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। আৱেদন কৰাৰ আগতে আজিৰ প্ৰতিবেদন ভালদৰে পঢ়ক।

Group C পদত প্ৰাৰ্থী নিযুক্তি। আৱেদন কৰিবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন, বয়স, কিমান দৰমহা দিয়া হ’ব, কেনেকৈ আবেদন কৰিব আৰু আবেদনৰ শেষ তাৰিখ কেতিয়া ? সেই সকলোবোৰ তথ্য আজিৰ এই প্ৰতিবেদন দিয়া হৈছে, লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

পদৰ নাম: Junior Purchase Assistant / Junior Storekeeper (Group-C)

বয়সঃ এই পদৰ বাবে উল্লেখ কৰা বয়স ১৮ৰ পৰা ২৭ বছৰ। লগতে সকলো সংৰক্ষিত প্ৰাৰ্থীৰ বয়সৰ শিথিলতা থাকিব।

দৰমহাঃ এই পদত কৰ্মৰত চাকৰি প্ৰাৰ্থীক লেভেল-৪ অনুসৰি ২৫ হাজাৰ ৫০০ টকাৰ পৰা আৰম্ভ কৰি ৮১ হাজাৰ ১০০ টকালৈকে দৰমহা দিয়া হ’ব।

আৰু পঢ়ক – বিমানবন্দত বহু অসংখ্যক নিযুক্তি, দৰমহা ৩৬,০০০/- টকা

মুঠ খালী পদঃ মুঠ ৬২টা পদ খালী আছে ।

শিক্ষাগত অৰ্হতাঃ এই পদত আবেদন কৰিবলৈ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা ৬০% নম্বৰ লৈ বিজ্ঞান/ বাণিজ্যত স্নাতক হ’ব লাগিব। ইয়াৰ বাহিৰেও যিকোনো এটা বিষয়ত ডিপ্লমা / ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং / কম্পিউটাৰ বিজ্ঞানত ৬০% নম্বৰ লাভ কৰি উত্তীৰ্ণ হ’ব লাগিব। অধিক বিৱৰণৰ বাবে চৰকাৰী অধিসূচনা পৰীক্ষা কৰক। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

আবেদন পদ্ধতিঃ এই সকলোবোৰ পদৰ বাবে অনলাইন আবেদন কৰিব লাগিব। ইচ্ছুক আবেদনকাৰীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত অফিচিয়েল ৱেবছাইট https://dpsdae.formflix.in ৰ জৰিয়তে আবেদন কৰিব লাগিব।

আবেদনৰ অন্তিম তাৰিখঃ ৩১/১২/২০২

Notification Download Link:-Click Here
DBSDAE Recruitment Online Apply Link:-Click Here

3 thoughts on “চৰকাৰী চাকৰি ১৮ বছৰ হ’লে হ’ব, দৰমহা ২৫,৪০০ টকা – আবেদন পদ্ধতি চাওক !”

Leave a Comment