বিমানবন্দত বহু অসংখ্যক নিযুক্তি, দৰমহা ৩৬,০০০/- টকা

WhatsApp Follow

AAI Job Recruitment 2023 – বিমানবন্দৰ কৰ্তৃপক্ষত AAI Job Recruitment 2023 ৰ অধিসূচনা জাৰি কৰা হৈছে। যদি আপুনি নূন্যতম শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি ভাল চাকৰি বিচাৰিছে আৰু বিমানবন্দৰৰ দৰে প্ৰতিষ্ঠিত স্থানত কাম কৰিব বিচাৰে তেন্তে আপুনি সঠিক স্থানত উপস্থিত হৈছে। কেৱল মাধ্যমিক উত্তীৰ্ণৰ অৰ্হতাইহে ইয়াত চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। সবিশেষ জানিবলৈ সম্পূর্ণ পঢ়ক –

পদৰ নামঃ মূলতঃ দুই ধৰণৰ পদত নিযুক্তি দিয়া হ’ব।

১/ জুনিয়ৰ সহায়ক

২/ জ্যেষ্ঠ সহায়ক

মুঠ খালী পদঃ আপাতত মুঠ ১১৯টা খালী পদ পূৰণ কৰা হ’ব।

১/ কনিষ্ঠ সহায়ক (অগ্নিনিৰ্বাপক সেৱা) -৭৩

২/ কনিষ্ঠ সহায়ক (কাৰ্যালয়) -০২

৩/ জ্যেষ্ঠ সহায়ক (ইলেক্ট্ৰনিক্স) -২৫

৪/ জ্যেষ্ঠ সহায়ক (একাউণ্ট) – ১৯

আৰু পঢ়ক – ইন্ডিয়ান অয়েলত কর্মী নিযুক্তি, ১৬০৩ টা খালী পদ।

শিক্ষাগত অৰ্হতাঃ নূন্যতম উচ্চতৰ মাধ্যমিক উত্তীর্ণই আবেদন কৰিব পাৰিব। উচ্চ পদৰ বাবে আবেদন কৰিবলৈ উচ্চতৰ মাধ্যমিক আৰু আনুষংগিক ক্ষেত্ৰত ডিপ্লমা উত্তীৰ্ণ হ’ব লাগিব।

প্ৰাৰ্থীৰ বয়সৰ সীমাঃ আবেদনকাৰী বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণী অৰ্থাৎ অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু অবিচি প্ৰাৰ্থীৰ বাবে ৩ বছৰ বয়সৰ ৰেহাই দিয়া হৈছে।

মাহিলী দৰমহাঃ কনিষ্ঠ সহায়ক পদৰ বাবে পে স্কেল ৩১,০০০ – ৯২,০০০/- আৰু জ্যেষ্ঠ সহায়ক পদৰ বাবে ৩৬,০০০ – ১,১০,০০০/- টকা।

আবেদন পদ্ধতিঃ আপুনি অনলাইন আবেদন কৰিব পাৰিব।

১/ অফিচিয়েল ওৱেবচাইত আবেদন লিংকত ক্লিক কৰি আপোনাৰ সকলো সবিশেষ তথ্যৰে ফৰ্ম পূৰণ কৰক।

২/ অনলাইন পঞ্জীয়নৰ বাবে আপোনাৰ বৈধ আৰু সক্ৰিয় মোবাইল নম্বৰ আৰু ইমেইল আইডি প্ৰদান কৰক।

৩/ অনলাইন ফৰ্মত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি পূৰণ কৰক।

৪/ আপোনাৰ সকলো নথিপত্ৰ আপলোড কৰাৰ পিছত শেষত জমা দিয়া বুটামটো ক্লিক কৰক।

আবেদনৰ অন্তিম তাৰিখ: ২৬/০১/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। সকলো লিংক তলত দিয়া হৈছে।

গুৰুত্বপূর্ণ লিংক (AAI Job Recruitment 2023)

Official NotificationClick Here
Official Website/ Apply OnlineClick Here

আৰু পঢ়ক – Reliance Jio কোম্পানিত কর্মী নিয়োগ, অর্হতা উচ্চতৰ মাধ্যমিক

1 thought on “বিমানবন্দত বহু অসংখ্যক নিযুক্তি, দৰমহা ৩৬,০০০/- টকা”

Leave a Comment