ইন্ডিয়ান অয়েলত কর্মী নিযুক্তি, ১৬০৩ টা খালী পদ।

WhatsApp Follow

IOCL Recruitment 23-2024 – সকলো চাকৰিৰ আকাংক্ষীলৈ সুখবৰ। ইতিমধ্যে ইণ্ডিয়ান অইল কোম্পানীত কৰ্মচাৰী নিযুক্তি দিয়া হ’ব বুলি এক অধিসূচনা প্ৰকাশ পাইছে। অৰ্হতা মধ্যমিক পাছ। অনলাইন আবেদন কৰিব পাৰিব। সেই বাবে আপুনি এই প্ৰতিবেদনখন আৰম্ভণিৰ পৰা শেষলৈকে পঢ়িব, আৰু তাৰ পিছত নিজৰ দায়িত্বত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

পদৰ নাম আৰু খালী পদ (IOCL Recruitment 23-2024)
ইয়াত নিযুক্তি হ’বলগীয়া পদটোৰ নাম হ’ল – এপ্ৰেণ্টিছ (ট্ৰেড এপ্ৰেণ্টিছ, টেকনিচিয়ান এপ্ৰেণ্টিছ, গ্ৰেজুৱেট এপ্ৰেণ্টিছ)।
ইয়াত মুঠ ১৬০৩ জন লোকে কৰ্মসংস্থাপন লাভ কৰিব।

বয়সৰ সীমা আৰু দৰমহা (IOCL Recruitment 23-2024)
ইয়াত আবেদন কৰিবলৈ চিন্তা কৰা আকাংক্ষীসকলক কোৱা হয় যে ইয়াত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলৰ বয়সৰ সীমা নূন্যতম ১৮ বছৰৰ পৰা সৰ্বোচ্চ ২৪ বছৰৰ ভিতৰত ইয়াত আবেদন কৰিব পাৰিব। তদুপৰি নিয়ম অনুসৰি ইয়াত বয়সৰ শিথিলতা উপলব্ধ।
দৰমহাৰ বিষয়ে জানিবলৈ আপুনি সংস্থাটোৰ চৰকাৰী অধিসূচনা ডাউনলোড কৰিব পাৰে।

শিক্ষাগত অৰ্হতা
উল্লেখিত পদসমূহৰ বাবে আবেদন কৰিবলৈ হ’লে প্ৰাৰ্থীসকলে যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মাধ্যমিক বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ অৰ্হতা লৈ ইয়াত আবেদন কৰিব লাগিব (IOCL Recruitment 23-2024) তদুপৰি কিছুমান পদত ডিপ্লমা বা ডিগ্ৰী বা আই টি আই উত্তীৰ্ণৰ অৰ্হতাও আৱেদন কৰিব পাৰি।

অৱশ্যে ইয়াত আবেদন কৰিবলৈ চিন্তা কৰা সকলো আগ্ৰহী প্ৰাৰ্থীক সংস্থাটোৰ অধিসূচনা ডাউনলোড কৰি বুজিবলৈ কোৱা হয়, কিন্তু তেওঁলোকে নিজৰ দায়িত্বত অনলাইনযোগে আবেদনখন সম্পূৰ্ণ কৰিব পাৰিব।

এই জাননী ক’ৰ পৰা আহিল ? (IOCL Recruitment 23-2024)
iocl.com পৰ্টেলত উপলব্ধ তথ্য অনুসৰি আবেদন কৰাৰ আগতে আপুনি সকলো তথ্য পৰীক্ষা কৰিব লাগিব আৰু তাৰ পিছত নিজৰ দায়িত্বত আবেদন কৰিব লাগিব।

কেনেকৈ আবেদন কৰিব ?
১) ইয়াত আবেদন কৰিবলৈ আপুনি অনলাইন আবেদন কৰিব লাগিব।
২) প্ৰথমে সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন সম্পূৰ্ণ কৰক।
৩) তাৰ পিছত সম্পূৰ্ণ ফৰ্মখন সঠিকভাৱে পূৰণ কৰক।

৪) তাৰ পিছত বিচৰা সকলো নথি-পত্ৰ নিৰ্দিষ্ট আকাৰত আপলোড কৰিব লাগিব।
৫) আবেদন প্ৰক্ৰিয়া শেষ নিৰ্দিষ্ট তাৰিখ আৰু সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।
৬) ভালকৈ জানিবলৈ সংস্থাটো অধিসূচনা ডাউনলোড কৰি পৰীক্ষা কৰি নিজৰ দায়িত্বত এপ্লিকেচন সম্পূৰ্ণ কৰক।

গুৰুত্বপূৰ্ণ তাৰিখ

আবেদন আৰম্ভ১২-১২-২০২৩
আবেদন শেষ১৬-০১-২০২৪

প্ৰয়োজনীয় লিংক

🌐 অফিচিয়েল ৱেবছাইটiocl.com
📄 অফিচিয়েল অধিসূচনা –Download PDFDownload Now
More DetailsClick Here

আৰু পঢ়ক
>> ষ্টীল কোম্পানী নিযুক্তি, অনলাইন আবেদন কৰক।
>> ভাৰতীয় ৰেলৱেত ৩৭ হাজাৰ খালী পদত নিযুক্তি, অর্হতা উচ্চতৰ মাধ্যমিক

4 thoughts on “ইন্ডিয়ান অয়েলত কর্মী নিযুক্তি, ১৬০৩ টা খালী পদ।”

Leave a Comment