Reliance Jio কোম্পানিত কর্মী নিয়োগ, অর্হতা উচ্চতৰ মাধ্যমিক

WhatsApp Follow

Reliance jio Recruitment 23-2024: ৰাজ্যৰ সকলো চাকৰি প্রার্থী সকলৰ বাবে সোণালী সুযোগ। যিসকল চাকৰিৰ আকাংক্ষীয়ে কোনো সুনামধন্য ব্যক্তিগত কোম্পানীত কাম কৰাৰ আশা কৰিছিল বা চাকৰি বিচাৰিছিল, তেওঁলোকে আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। ৰিলায়েন্স জিঅ’ কোম্পানীয়ে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এই আপডেট প্ৰকাশ কৰিছে যে কোম্পানীটোত নূন্যতম অৰ্হতাৰে বহু খালী পদত চাকৰি দিব।

ইয়াত পুৰুষ আৰু মহিলা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। ইয়াত স্নাতক, উচ্চতৰ মাধ্যমিক আৰু মাধ্যমিকৰ বাবে বহু পদ খালী আছে সেই বাবে আপুনি সহজেই আবেদন কৰিব পাৰিব। তদুপৰি অধিক সবিশেষ জানিবলৈ এই প্ৰতিবেদনখন আপুনি বুজিবলৈ আৰম্ভণিৰ পৰা শেষলৈকে পঢ়িব লাগিব, তাৰ পিছত আপুনি সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ দায়িত্বত আবেদন কৰিব পাৰিব।

নিযুক্তি সংস্থাReliance jio Infocomm Ltd.
পোষ্টৰ নামVarious
মুঠ খালী পদতলত উল্লেখ কৰা আছে
আবেদনৰ মাধ্যমঅনলাইন
আবেদনৰ শেষ তাৰিখতলত উল্লেখ কৰা আছে

পোষ্টৰ নাম (Reliance jio Recruitment 23-2024)

ইয়াত নিযুক্তি দিবলগীয়া পদসমূহ হ’ল – Business Operations, Freelancer, Sales and distribution, Customer Service, Engineer, It, Freelancer – Sales Associate, Jio Smart Sales Trainee ।

বয়সৰ সীমা আৰু দৰমহা

১) ইয়াত আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীক (Reliance jio Recruitment 23-2024) প্ৰাৰ্থীৰ বয়সৰ সীমা নূন্যতম ১৮ৰ পৰা সৰ্বাধিক ৪০ বছৰ হ’লেহে ইয়াত আবেদন কৰিব পাৰিব ।

২) যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে এই ব্যক্তিগত কোম্পানীত আবেদন কৰিবলৈ বিচাৰিছে তেওঁলোকৰ বাবে ইয়াত বহু পদ খালী আছে, প্ৰতিটো খালী পদত বিভিন্ন দৰমহা উল্লেখ কৰা হৈছে কিন্তু নূন্যতম দৰমহা ১৩,০০০/- টকাৰ পৰা আৰম্ভ হৈছে।

শিক্ষাগত অৰ্হতা (Reliance jio Recruitment 23-2024)

ইয়াত বহুতো খালী পদ আছে আৰু প্ৰতিটো খালী পদৰ বাবে বিভিন্ন শিক্ষাগত অৰ্হতা যেনে কিছু পদৰ বাবে মধ্যমিক উত্তীৰ্ণ আৰু কিছুমান পদৰ বাবে উচ্চতৰ মাধ্যমিক বা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।

এই জাননী ক’ৰ পৰা আহিল ?

careers.jio.com পৰ্টেলত উপলব্ধ তথ্য অনুসৰি আবেদন কৰাৰ আগতে সকলো তথ্য পৰীক্ষা কৰি বুজিব লাগিব, তাৰ পিছত নিজৰ দায়িত্বত আবেদন কৰিব লাগিব।

নিযুক্তি প্ৰক্ৰিয়া

ইয়াত নিযুক্তি প্ৰত্যক্ষ সাক্ষাৎকাৰ আৰু ব্যক্তিগত পৰীক্ষাৰ জৰিয়তে কৰিব পাৰি, নথিপত্ৰ পৰীক্ষণ মাধ্যমিক যিমান পাৰি নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰি।

কেনেকৈ আবেদন কৰিব ?

১) ইয়াত আবেদন কৰিবলৈ অনলাইন আবেদন কৰিব লাগিব।
২) প্ৰথমে সংস্থাটোৰ অফিচিয়েল ৱেবছাইট লৈ গৈ পঞ্জীয়ন সম্পূৰ্ণ কৰক।
৩) তাৰ পিছত সম্পূৰ্ণ ফৰ্মখন সঠিকভাৱে পূৰণ কৰক।
৪) তাৰ পিছত সকলো অনুৰোধ কৰা নথি-পত্ৰ নিৰ্দিষ্ট আকাৰ অনুসৰি আপলোড কৰিব লাগিব।
৫) আবেদন প্ৰক্ৰিয়া শেষ নিৰ্দিষ্ট তাৰিখ আৰু সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।
৬) ভালকৈ জানিবলৈ সংস্থাটোৰ চৰকাৰী অধিসূচনা ডাউনলোড কৰি পৰীক্ষা কৰি নিজৰ দায়িত্বত এপ্লিকেচন সম্পূৰ্ণ কৰক।

প্ৰয়োজনীয় লিংক

🌐 অফিচিয়েল ৱেবছাইটcareers.jio.com
📄 অফিচিয়েল অধিসূচনা –Download PDFDownload Now
More DetailsClick Here

1 thought on “Reliance Jio কোম্পানিত কর্মী নিয়োগ, অর্হতা উচ্চতৰ মাধ্যমিক”

Leave a Comment