Daily Job Update
Follow
ইচ্ছুক যোগ্য প্ৰাৰ্থীয়ে তলত উল্লেখ ১৫/০৫/২০২৩ তাৰিখ বা তাৰ আগতে ২৪ MT & GET খালী পদৰ বাবে অসম গেছ লিমিটেড কোম্পানীৰ অফিচিয়েল পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। অনলাইনত আবেদন কৰক & তলত দিয়া ধৰণে।
Assam Gas Company Limited Recruitment Details
বিভাগৰ নাম | অসম গেছ কোম্পানী লিমিটেড |
Post’ ৰ নাম | MT & GET |
পোষ্টৰ সংখ্যা | Mechanical: 7 Civil: 2 Electronics & Telecommunication: 3 Electrical: 2 |
শিক্ষাগত অৰ্হতা | অভিযান্ত্ৰিক বিভাগৰ নিজ নিজ শাখাত বি.ই/বি.টেকত ১ম শ্ৰেণী বা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা নূন্যতম ৬০% লাভ কৰিব লাগিব। |
বয়স-সীমা | প্ৰাৰ্থীৰ বয়সৰ সৰ্বোচ্চ সীমা ৩০ বছৰ। |
দৰমহা | E04 Grade PB-IV (Rs30,000- 1,10,000) Grade Pay – Rs 15,700 / |
শেষ তাৰিখ | অনলাইন আবেদনৰ বন্ধৰ তাৰিখ হ’ল: ১৫/৫/২০২৩ |
Apply Link | Click Here |
1 thought on “অসম গেছ কম্পানী লিমিটেডত নিযুক্তি”