AXIS BANK-ৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ বৃদ্ধি ! চাওক কিমান দিনৰ বাবে কিমান সুত পাব।

WhatsApp Follow

টকা উপাৰ্জন কৰাৰ লগে লগে সেই ধন বেংকত চেভিংছ একাউণ্টত ৰখাৰ পৰিৱৰ্তে ফিক্সড ডিপ’জিট কৰিলে মেচিউৰিটিৰ সময়ত বহুত ভাল ৰিটাৰ্ণ পাব। তেনে ক্ষেত্ৰত বেংকে যদি অধিক সুতৰ হাৰ আগবঢ়ায়, তেনেহলেতো বহুত ভাল। শেহতীয়াকৈ ভাৰতৰ অন্যতম জনপ্ৰিয় বেংক এক্সিছ বেংকে নতুন ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ মুকলি কৰিছে। এই বেংকে ফিক্সড ডিপ’জিটৰ ওপৰত কিমান সুত দিছে সেই বিষয়ে অধিক জানিবলৈ সম্পূৰ্ণ পঢ়ক –

AXIS BANKৰ ফিক্সড ডিপ’জিট সুতৰ হাৰ (AxIS Bank FD interest rate)

নিৰাপদে ধন বিনিয়োগ কৰাৰ বাবে ফিক্সড ডিপ’জিট হৈছে সৰ্বোত্তম উপায়। শেহতীয়াকৈ এক্সিছ বেংকে পুৰণি সুতৰ হাৰ বৃদ্ধি কৰি ফিক্সড ডিপ’জিটৰ নতুন সুতৰ হাৰ ঘোষণা কৰিছে। বৰ্তমান এক্সিছ বেংকে ৭ দিনৰ পৰা ১০ বছৰৰ ফিক্সড ডিপ’জিটৰ ওপৰত ৩ শতাংশৰ পৰা ৭.১০ শতাংশলৈকে সুতৰ হাৰ আগবঢ়াইছে। বেছিভাগ বেংকে সৰ্বোচ্চ ৭ শতাংশ পৰ্যন্ত সুত প্ৰদান কৰাৰ বিপৰীতে এক্সিছ বেংকে গ্ৰাহকক সৰ্বাধিক ৭.১০% সুত আগবঢ়াইছে।

আৰু পঢ়ক – SBI Mutual Funds – ষ্টেট বেংকৰ নতুন আঁচনি। মাত্ৰ ৫০ হাজাৰ টকা জমা কৰি ২০ লাখ লাভ কৰক।

AXIS BANKৰ নতুন সুতৰ হাৰ

এতিয়া চাওঁ আহক এক্সিছ বেংকৰ নতুন সুতৰ হাৰ অনুসৰি মহিলাৰ ফিক্সড ডিপ’জিটৰ কিমান দিনৰ বাবে কিমান সুত পাব। ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এক্সিছ বেংকৰ নতুন সুতৰ হাৰ।

নংসময়কালসুতৰ পৰিমাণ
১)৭ৰ পৰা ১৪ দিনৰ ফিক্সড ডিপজিট৩ শতাংশ
২)১৫ৰ পৰা ২৯ দিনৰ ফিক্সড ডিপজিট৫ শতাংশ
৩)৩০ৰ পৰা ৪৫ দিনৰ ফিক্সড ডিপজিট৩.৫ শতাংশ
৪)৪৬ৰ পৰা ৬০ দিনৰ ফিক্সড ডিপ’জিট৪.২৫ শতাংশ
৫)৬১ দিনৰ পৰা ৩ মাহৰ কাৰ্যকাল ফিক্সড ডিপ’জিট৪.৫০ শতাংশ
৬)৩ৰ পৰা ৬ মাহৰ ফিক্সড ডিপজিট৪.৭৫ শতাংশ
৭)৬ৰ পৰা ৯ মাহৰ ফিক্সড ডিপজিট৫.৭৫ শতাংশ
৮)৯ৰ পৰা ১ বছৰৰ ফিক্সড ডিপজিট৬ শতাংশ
৯)১ বছৰৰ পৰা ১৫ মাহৰ বাবে ফিক্সড ডিপ’জিট৬.৭০ শতাংশ
১০)১৫ৰ পৰা ২ বছৰৰ বাবে ফিক্সড ডিপ’জিট৭.১০ শতাংশ
১১)২ৰ পৰা ৩ বছৰৰ বাবে ফিক্সড ডিপ’জিট৭.১০ শতাংশ
১২)৩ৰ পৰা ৫ বছৰৰ বাবে ফিক্সড ডিপজিট৭.১০ শতাংশ
১৩)৫ৰ পৰা ১০ বছৰৰ বাবে ফিক্সড ডিপ’জিট৭.০০ শতাংশ

1 thought on “AXIS BANK-ৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ বৃদ্ধি ! চাওক কিমান দিনৰ বাবে কিমান সুত পাব।”

Leave a Comment