WhatsApp
Follow
Bank Holiday in in April 2024: যদি আপুনি নিয়মিতভাৱে বেংকত ধনৰ লেনদেন কৰে তেন্তে আপুনি জানিব লাগিব কোনদিনা বেংক বন্ধ হ’ব অন্যথা আপুনি বেংকলৈ যাব লাগিব আৰু হাৰাশাস্তি হ’ব লাগিব। গতিকে যদি আপুনি আগতীয়াকৈ জানি লওক –
এপ্ৰিল মাহত বেংক ছুটীৰ তালিকা (Bank Holiday in in April 2024)
ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ RBI-য়ে বছৰটোৰ ভিতৰতে বেংক ছুটীৰ তালিকা প্ৰকাশ কৰে। সেই তালিকাত সমগ্ৰ দেশতে প্ৰতিমাহে কোন তাৰিখতে বেংক বন্ধ থাকিব আৰু বেংক বন্ধ থকাৰ কাৰণ উল্লেখ কৰা হয়। ২০২৪ চনৰ এপ্ৰিল মাহত কিমান দিন বেং বন্ধ থাকিব তাৰ তালিকা প্ৰস্তুত কৰা হৈছে। তলৰ তালিকাৰ পৰা চাওক এপ্ৰিল মাহৰ কোন তাৰিখত কিয় বেংক বন্ধ থাকিব –
বেংক বন্ধ হোৱাৰ তাৰিখ | বেংক বন্ধ কৰাৰ সময় | বেংক বন্ধ হোৱাৰ কাৰণ |
০৫/০৪/২০২৪ | শুক্ৰবাৰ | বাবু জগজীৱন ৰামৰ জন্মদিন উপলক্ষে তেলেংগানা আৰু জম্মুত বন্ধ থাকিব বেংক। |
০৭/০৪/২০২৪ | দেওবাৰ | দেওবাৰৰ বাবে ছুটিৰ দিনত বন্ধ থাকিব। |
০৯/০৪/২০২৪ | মঙ্গলবাৰ | নৱবৰ্ষৰ দিৱসৰ বাবে মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, মণিপুৰ, গোৱা, জম্মু আৰু শ্ৰীনগৰত বন্ধ থাকিব বেংক। |
১০/০৪/২০২৪ | বুধবাৰে | ব’হাগ বিহু উপলক্ষে ত্ৰিপুৰা, অসম, মণিপুৰ, জম্মু আৰু শ্ৰীনগৰত বন্ধ থাকিব বেংক। |
১৩/০৪/২০২৪ | শনিবাৰ | দ্বিতীয় শনিবাৰে বন্ধ থাকিব বেংক |
১৪/০৪/২০২৪ | দেওবাৰ | দেওবাৰৰ বাবে ছুটিৰ দিনত বন্ধ থাকিব। |
১৫/০৪/২০২৪ | সোমবাৰ | মাৰ্চ মাহৰ দ্বিতীয় শনিবাৰে বন্ধ থাকিব দেশৰ বেংক। |
১৬/০৪/২০২৪ | মঙ্গলবাৰ | ৰাম নৱমীৰ বাবে বিভিন্ন ৰাজ্যত বন্ধ থাকিব বেংক। |
২০/০৪/২০২৪ | শনিবাৰ | গৰিয়া পূজা উপলক্ষে ত্ৰিপুৰাত বন্ধ থাকিব বেংক। |
২১/০৪/২০২৪ | দেওবাৰ | দেওবাৰৰ বাবে বন্ধ থাকিব দেশৰ সকলো বেংক। |
২৭/০৪/২০২৪ | শনিবাৰ | সমগ্ৰ দেশৰ বেংকসমূহ এপ্ৰিল মাহৰ চতুৰ্থ শনিবাৰে বন্ধ। |
২৮/০৪/২০২৪ | দেওবাৰ | দেওবাৰেও বন্ধ থাকিব সমগ্ৰ দেশৰ বেংক। |