এপ্ৰিল মাহত ১২ দিনৰ বাবে বেংক বন্ধ, সম্পূর্ণ তালিকাখন চাওক।

WhatsApp Follow

Bank Holiday in in April 2024: যদি আপুনি নিয়মিতভাৱে বেংকত ধনৰ লেনদেন কৰে তেন্তে আপুনি জানিব লাগিব কোনদিনা বেংক বন্ধ হ’ব অন্যথা আপুনি বেংকলৈ যাব লাগিব আৰু হাৰাশাস্তি হ’ব লাগিব। গতিকে যদি আপুনি আগতীয়াকৈ জানি লওক –

এপ্ৰিল মাহত বেংক ছুটীৰ তালিকা (Bank Holiday in in April 2024)

ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ RBI-য়ে বছৰটোৰ ভিতৰতে বেংক ছুটীৰ তালিকা প্ৰকাশ কৰে। সেই তালিকাত সমগ্ৰ দেশতে প্ৰতিমাহে কোন তাৰিখতে বেংক বন্ধ থাকিব আৰু বেংক বন্ধ থকাৰ কাৰণ উল্লেখ কৰা হয়। ২০২৪ চনৰ এপ্ৰিল মাহত কিমান দিন বেং বন্ধ থাকিব তাৰ তালিকা প্ৰস্তুত কৰা হৈছে। তলৰ তালিকাৰ পৰা চাওক এপ্ৰিল মাহৰ কোন তাৰিখত কিয় বেংক বন্ধ থাকিব –

বেংক বন্ধ হোৱাৰ তাৰিখবেংক বন্ধ কৰাৰ সময়বেংক বন্ধ হোৱাৰ কাৰণ
০৫/০৪/২০২৪শুক্ৰবাৰবাবু জগজীৱন ৰামৰ জন্মদিন উপলক্ষে তেলেংগানা আৰু জম্মুত বন্ধ থাকিব বেংক।
০৭/০৪/২০২৪দেওবাৰদেওবাৰৰ বাবে ছুটিৰ দিনত বন্ধ থাকিব।
০৯/০৪/২০২৪মঙ্গলবাৰনৱবৰ্ষৰ দিৱসৰ বাবে মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, মণিপুৰ, গোৱা, জম্মু আৰু শ্ৰীনগৰত বন্ধ থাকিব বেংক।
১০/০৪/২০২৪বুধবাৰেব’হাগ বিহু উপলক্ষে ত্ৰিপুৰা, অসম, মণিপুৰ, জম্মু আৰু শ্ৰীনগৰত বন্ধ থাকিব বেংক।
১৩/০৪/২০২৪শনিবাৰদ্বিতীয় শনিবাৰে বন্ধ থাকিব বেংক
১৪/০৪/২০২৪দেওবাৰদেওবাৰৰ বাবে ছুটিৰ দিনত বন্ধ থাকিব।
১৫/০৪/২০২৪সোমবাৰমাৰ্চ মাহৰ দ্বিতীয় শনিবাৰে বন্ধ থাকিব দেশৰ বেংক।
১৬/০৪/২০২৪মঙ্গলবাৰৰাম নৱমীৰ বাবে বিভিন্ন ৰাজ্যত বন্ধ থাকিব বেংক।
২০/০৪/২০২৪শনিবাৰগৰিয়া পূজা উপলক্ষে ত্ৰিপুৰাত বন্ধ থাকিব বেংক।
২১/০৪/২০২৪দেওবাৰদেওবাৰৰ বাবে বন্ধ থাকিব দেশৰ সকলো বেংক।
২৭/০৪/২০২৪শনিবাৰসমগ্ৰ দেশৰ বেংকসমূহ এপ্ৰিল মাহৰ চতুৰ্থ শনিবাৰে বন্ধ।
২৮/০৪/২০২৪দেওবাৰদেওবাৰেও বন্ধ থাকিব সমগ্ৰ দেশৰ বেংক।

Leave a Comment