Jio-ৰ ৫০ দিনৰ বাবে ফ্ৰী অফাৰ, এনেদৰে সুবিধা লওক !

WhatsApp Follow

একেৰাহে ৫০ দিনলৈ Jio-ই এটকাও দিব নালাগে। আপুনি নিৰাপদে বিনামূলীয়াকৈ দ্ৰুতবেগী ইন্টাৰনেট উপভোগ কৰিব পাৰিব। Jio-এ একেবাৰে বিনামূলীয়া অফাৰ দিছে ৷ এতিয়া এই ছুপাৰফাষ্ট ইণ্টাৰনেট পাবলৈ আপুনি আৰু একো কৰাৰ প্ৰয়োজন নাই ৷ কিন্তু, ইয়াত আপুনি নিজৰ বাবে কৰিবলগীয়া সৰু কামটো আছে।

টেলিকম খণ্ডত Jio হৈছে ৰজা। মাজে মাজে কোম্পানীটোৱে নিয়ম সলনি কৰি থাকে। এতিয়া Jio-ই ইউজাৰৰ বাবে নতুন প্লেন উলিয়াইছে। এই প্লেনৰ সেইসকল ব্যৱহাৰকাৰীৰ বাবে যিসকলে IPL 2024 চাব বিচাৰে কিন্তু বেছি দামত ইণ্টাৰনেট কিনিব নোৱাৰে। আজি আমি আপোনালোকক সেই সুবিধাৰ বাবে Jio IPL Offer 2024 ৰ সকলো কথা ক’ম –

Jio ৰ বিশেষ ৫০ দিনৰ বিনামূলীয়া অফাৰ !

এই IPL ছিজনত আকাশ আম্বানীৰ Jio-ই ৫০ দিনৰ বাবে বিনামূলীয়া ব্ৰডবেণ্ড সেৱাৰ পৰিকল্পনা আগবঢ়াইছে Jio True 5G মোবাইল সংযোগত উপলব্ধ এই নতুন পৰিকল্পনা , Jio Fiber আৰু Jio Air Fiber গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে এই সুবিধা।

লগতে চাওক – এই ৫ টকীয়া নোটখন থাকিলে ১৮ লাখ টকা পাব, পদ্ধতিটো জানি লওক !

এই অফাৰ কেনেকৈ পাব ?

১) অফাৰ প্ৰিপেইড, পোষ্টপেইড বা ১২ মাহ আগতে ক্ৰয় কৰিব পাৰিব।

২) অফাৰ ক্ৰয় কৰাৰ পিছত ৫০ দিনৰ বিনামূলীয়া ভাউচাৰৰ সৈতে Jio Fiber ঘৰতে স্থাপন কৰা হব।

৩) এই ভাউচাৰ ব্ৰডবেণ্ড স্থাপনৰ ৭ দিনৰ ভিতৰত ক্ৰেডিট কৰা হব।

৪) ইয়াৰ পিছত গ্ৰাহকে ৫০ দিনৰ ৰেহাইৰ ভাউচাৰ লাভ কৰিব পাৰিব। আগন্তুক বিলিংতো ইয়াক সালসলনি কৰিব পাৰি।

৫) ডিছকাউন্ট ভাউচাৰ কিন্তু ২ বছৰৰ বাবে বৈধ।

৬) এই ভাউচাৰ ২০২৪ চনৰ ৩০ এপ্ৰিললৈকেহে বৈধ।

মন কৰিব যে গৌতম আদানীয়েও টেলিকম বজাৰত নিজৰ ভাগ্য পৰীক্ষা কৰিব বিচাৰে। দ্ৰুতবেগী ইণ্টাৰনেট প্ৰদানৰ ক্ষেত্ৰত ৰিলায়েন্সৰ উল্লেখযোগ্য কামত আদানীয়ে অৰিহণা যোগাব। স্পেকট্ৰম নিলামত অংশগ্ৰহণ কৰিবলৈ ওলাইছে মুকেশ আম্বানীয়ে। ইতিমধ্যে কিছুদিন পূৰ্বে আদানীয়ে কোৱালকমৰ চিইঅ’ক সাক্ষাৎ কৰিছে। খবৰ অনুসৰি আম্বানীৰ সৈতে গৌতম আদানীয়েও ৫জি স্পেকট্ৰম নিলামত অংশগ্ৰহণ কৰিব পাৰে।

Leave a Comment