সোণ আৰু ৰূপৰ মূল্যৰ বিশাল হ্ৰাস, ১০ গ্ৰাম সোণৰ শেহতীয়া দাম জানি লওক !

WhatsApp Follow

নতুন বছৰৰ আৰম্ভণিতে সমগ্ৰ দেশতে চলি আছে বিয়াৰ বতৰ। এই সময়ত সৰ্বাধিক সোণৰ চাহিদা। গতিকে সোণৰ দামও বৃদ্ধি হোৱা দেখা যায়। বিগত কিছুদিন ধৰি বৃদ্ধি পাইছিল সোণৰ মূল্য। কিন্তু সপ্তাহৰ আৰম্ভণিতে সোমবাৰে ভাৰতত সোণৰ মূল্য হ্ৰাস পোৱা দেখা গ’ল।

২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰাম ৫৭,৮৫০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৩,১০০ টকা। কালিৰ তুলনাত আজি সোণৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। ইফালে আজি ভাৰতত এক কেজি ৰূপৰ মূল্য ৭৬ হাজাৰ টকা। কালিৰ তুলনাত আজি ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।

দিল্লীৰ বাহিৰেও দেশৰ অন্যান্য চহৰতো সোণৰ দাম একেধৰণৰ। অসমত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰাম ৫৭,৯৫০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৩,২৫০ টকা। মুম্বাইত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰাম ৫৭,৮৫০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৩,১০০ টকা। চেন্নাইত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰাম ৫৭,৬৫০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৩,০০০ টকা।

আৰু পঢ়ক – ১০০ টকা বিনিয়োগ কৰি ১১ লাখ লাভ কৰক, LIC-য়ে আৰম্ভ কৰিছে অতি লাভজনক আঁচনি !

সোণৰ মূল্য হ্ৰাস পোৱাৰ ফলত সোণ ক্ৰয়ৰ প্ৰতি আগ্ৰহ বাঢ়িছে। অৱশ্যে বিশেষজ্ঞসকলৰ মতে, সোণৰ মূল্য যিকোনো সময়তে বৃদ্ধি বা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। গতিকে সোণৰ দাম কমি যোৱাৰ অফ চান্সত সোণ কিনাৰ আগতে এটা সুচিন্তিত সিদ্ধান্ত লোৱা উচিত। যদি আপুনি দেশৰ বুলিয়ন বজাৰত সোণ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে ঘৰতে সোণৰ বৰ্তমানৰ হাৰ জানিব পাৰিব। ইয়াৰ বাবে আপুনি তলত দিয়া নম্বৰত মিছ কল কৰিব লাগিব। কিছু সময়ৰ পাছত আপোনাৰ ফোনত এটা মেছেজ আহিব। ইয়াত আপুনি সহজেই শেহতীয়া সোণৰ হাৰ পৰীক্ষা কৰিব পাৰিব।

তলতৰ নম্বৰত ক্লিক কৰল 👇👇

Leave a Comment