Phonepe, Paytm ৰ পৰা Jio ৰিচাৰ্জত ১০০০ টকা পৰ্যন্ত কেছবেক পাব

WhatsApp Follow

Cashback On Jio Recharge From PhonePay, Paytm – Jio গ্ৰাহকৰ বাবে এক সুন্দৰ খবৰ ! Jio’ মোবাইল ৰিচাৰ্জাৰত ১০০০ কেছবেক পোৱা যাব। অৰ্থাৎ আপুনি ৰিচাৰ্জ কৰা ধনখিনি ঘূৰাই পাব। বছৰটো শেষ হ’বলৈ আৰু কেইটামান দিন বাকী। আৰু নতুন বছৰ আৰম্ভ হোৱাৰ আগতেই জিঅ’ই নিজৰ গ্ৰাহকৰ বাবে এই মহান অফাৰটো আগবঢ়াইছে। ৰিচাৰ্জ কৰিলে ১০০০ টকা কেছবেক কেনেকৈ আৰু ? আজিৰ প্ৰতিবেদনৰ পৰা জানো আহক –

যোৱা বছৰৰ ডিচেম্বৰ মাহত দেশৰ প্ৰতিটো টেলিকম কোম্পানীয়ে ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি কৰিছিল। লগতে জিঅ’ই সকলো ৰিচাৰ্জ প্লেনৰ দাম একেলগে বৃদ্ধি কৰিছিল। গতিকে জিঅ’ৰ গ্ৰাহকসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীইয়া হৈছিল। দৰাচলতে জিঅ’ বৰ্তমান দেশৰ সৰ্ববৃহৎ টেলিকম কোম্পানী। আৰু এই কোম্পানীটোৰ ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধিয়ে গ্ৰাহকৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাইছিল। অৱশ্যে জিঅ’ই এবছৰ পাৰ নোহোৱাকৈয়ে গোটেই এই ডিচেম্বৰ মাহত গ্ৰাহকৰ বাবে ডাঙৰ ডাঙৰ অফাৰ আনিছে। য’ত ৰিচাৰ্জ কৰিলে ১০০০ টকা পৰ্যন্ত কেছবেক পোৱা যাব। ইয়াৰ বাবে এটকাও লোৱা নহ’ব।

বৰ্তমান Jio ৰ অধীনত ৪৪ কোটিৰো অধিক গ্ৰাহক আছে। আৰু Jio এ মাজে মাজে এই সকলো গ্ৰাহকৰ বাবে ডাঙৰ ডাঙৰ অফাৰ আনে। ইয়াৰ পূৰ্বে কালি পূজাৰ বতৰত গ্ৰাহকৰ বাবে ডাঙৰ ডাঙৰ অফাৰ আহিছিল। এতিয়া জিঅ’ই ৰিচাৰ্জ কৰিলে ১০০০ টকা কেছবেক দি আছে। এই অফাৰ Jio ৰ যিকোনো ৰিচাৰ্জ প্লেনত প্ৰযোজ্য। কিন্তু এই ক্ষেত্ৰত Amazon, Mobikwik, TatNeu আদি কিছুমান এপ ব্যৱহাৰ কৰি ৰিচাৰ্জ কৰিলেহে এই সুবিধা উপলব্ধ হ’ব। এই অফাৰ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু এই অফাৰ ৩১ ডিচেম্বৰলৈকে বৈধ হ’ব।

(১) Phonepe Offer: Phonepe ৰ পৰা Jio ২০০ বা তাতকৈ অধিক ৰিচাৰ্জ কৰিলে পুৰস্কাৰ পাব। নতুন ব্যৱহাৰকাৰীয়ে ৫০০ টকীয়া পুৰস্কাৰ আৰু পুৰণি ব্যৱহাৰকাৰীয়ে লাভ কৰিব ৪০০ টকীয়া পুৰস্কাৰ। মাহৰ প্ৰথম আৰু তৃতীয় ৰিচাৰ্জত ৰিইম্বৰ্চেমেণ্ট উপলব্ধ হ’ব। অফাৰৰ সুবিধা ল’বলৈ ই-ভাউচাৰৰ প্ৰয়োজন।

(২) Paytm Offer: ২০০ টকাৰ ওপৰত Jio ৰিচাৰ্জ কৰিলে ১০ হাজাৰ কেছবেক পইণ্ট আৰু ১৩০০ টকা পৰ্যন্ত পুৰস্কাৰ পাব।

ৰু পঢ়ক – নাৰায়ণ ভাণ্ডাৰ প্রকল্প, আবেদন কৰিলে প্ৰতিমাহে ২০০০ টকা পাব।

৩) Amazon Pay Offer: যিকোনো মূল্যত Jio ৰিচাৰ্জৰ ক্ষেত্ৰত সৰ্বোচ্চ পুৰস্কাৰ ১০০০ টকা পৰ্যন্ত।

৪) MobiKwik Offer: ইয়াৰ পৰা পুৰণি ব্যৱহাৰকাৰীয়ে ১৯৯ টকীয়াতকৈ অধিক আৰু নতুন ব্যৱহাৰকাৰীয়ে ১০০ টকীয়াতকৈ অধিক ৰিচাৰ্জ কৰিলে SuperCash Offer লাভ কৰিব পাৰিব।

ইয়াৰ উপৰিও টাটা নিউৰ পৰা ২০০ টকাৰ ওপৰত ৰিচাৰ্জ কৰিলে ৫০ টকালৈকে NeuCoins, Amazon Pay পৰা ICICI Credit Card ব্যৱহাৰ কৰি ৰিচাৰ্জ কৰিলে ২ শতাংশ কেছবেক আৰু Tata Neu পৰা HDFC Credit Card ব্যৱহাৰ কৰি ৰিচাৰ্জ কৰিলে ৫% পৰ্যন্ত Neucoins।

1 thought on “Phonepe, Paytm ৰ পৰা Jio ৰিচাৰ্জত ১০০০ টকা পৰ্যন্ত কেছবেক পাব”

Leave a Comment