Central Bank ত কৰ্মচাৰী নিযুক্তি, দৰমহা ১৬,০০০/-

WhatsApp Follow

Central Bank Staff Recruitment – মধ্যমিক উত্তীৰ্ণৰ আকাংক্ষীসকলৰ বাবে Central Bank বেংকৰ বৃহৎ চাকৰিৰ সুযোগ। ভাৰতৰ যিকোনো নাগৰিক অৰ্থাৎ অসমৰ সকলো জিলাৰ চাকৰি আকাংক্ষীয়ে এই খালী পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা, আবেদন পদ্ধতি সকলো তথ্য জানিবলৈ আজিৰ প্ৰতিবেদনত সম্পূর্ণ চাওক –

পদৰ নাম- SAFAI KARMACHARI CUM SUB-STAFF
মুঠ খালী পদ- ৪৮৪ টা। (SC- ৬২ টা, ST- ৪২ টা, OBC- ১১৪ টা, EWS- ৪৮ টা, GEN- ২১৮ টা।
শিক্ষাগত অৰ্হতা- এই পদত আবেদন কৰিবলৈ যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ড স্কুলৰ পৰা নূন্যতম মাধ্যমিক উত্তীৰ্ণ।
মাহিলী দৰমহা- ১৬,৫০০/- টকা
বয়সৰ সীমা- ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰৰ প্ৰাৰ্থীয়ে এই পদত আবেদন কৰিব পাৰিব।

আবেদন পদ্ধতি- ইচ্ছুক আবেদনকাৰীয়ে সম্পূৰ্ণ অনলাইন আবেদন কৰিব লাগিব। তেনে ক্ষেত্ৰত আপুনি সংস্থাটোৰ অফিচিয়েল ৱেবছাইট www.centralbankofindia.co.in ত গৈ আপোনাৰ বৈধ মোবাইল নম্বৰ আৰু ইমেইল আইডিৰ সৈতে পঞ্জীয়ন কৰিব লাগিব। একে তথ্যৰে লগ ইন কৰাৰ পিছত অনলাইন আবেদন পত্ৰখন শুদ্ধকৈ পূৰণ কৰক। সকলো তথ্য পূৰণ কৰাৰ পিছত প্ৰয়োজনীয় নথি-পত্ৰ স্কেন কৰি আপলোড কৰিব লাগিব। শেষত আবেদন মাচুল জমা কৰাৰ পিছত submit option ত ক্লিক কৰক।

আৰু পঢ়ক – পৰীক্ষা অবিহনে TATA ইনষ্টিটিউটৰ নিযুক্তি, দৰমহা ২৩,০০০/-

আবেদন মাচুল- অনুসূচিত জাতি আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ অন্তৰ্গত প্ৰাৰ্থীয়ে ১৭৫/- টকা আবেদন মাচুল দিব লাগিব আৰু বাকী সকলো প্ৰাৰ্থীয়ে ৮৫০/- টকা আবেদন মাচুল দাখিল কৰিব লাগিব।

আবেদনৰ শেষ তাৰিখ – ৯ জানুৱাৰী, ২০২৪।

Important Link

Official NotificationDownload
Official WebsiteApply Now

1 thought on “Central Bank ত কৰ্মচাৰী নিযুক্তি, দৰমহা ১৬,০০০/-”

Leave a Comment