কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ২০২৪, আবেদন কৰিলে ১২,০০০ টকা পাব !

WhatsApp Follow

ভাৰতৰ প্ৰতিখন জিলা আৰু প্ৰতিখন ৰাজ্যতে এখন নতুন আঁচনি আৰম্ভ কৰা হৈছে য’ত মহিলাসকলক ১২,০০০ টকা আৰু পুৰুষক প্ৰতিমাহে ৬০০০ টকা দিয়া হ’ব। এই নতুন আঁচনিৰ সুফল সমগ্ৰ ভাৰতৰ প্ৰতিগৰাকী মহিলাই আনকি অসমৰ মহিলাসকলেও ভোগ কৰিব পাৰিব। গতিকে যিসকলে এই আঁচনিৰ নতুন সুবিধা উপভোগ কৰিব বিচাৰে তেওঁলোকে এই ভাল খবৰটো বিতংভাৱে জানক –

ৰাজ্য চৰকাৰে যেনেকৈ প্ৰতিমাহে ৰাজ্যৰ মহিলাসকলক ধন দিয়ে, ঠিক তেনেদৰে কেন্দ্ৰীয় চৰকাৰেও নতুন আঁচনি উলিয়াইছে, যাৰ জৰিয়তে মহিলাসকলক ১২০০০ টকা দিয়া হ’ব, গতিকে এই আঁচনিৰ বাবে যদি আপুনি ধন পাব বিচাৰে তেন্তে অনলাইনযোগে আবেদন কৰিব লাগিব।

আগন্তুক ভোটদানৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ নতুন আঁচনি ঘোষণা কৰা হৈছে। সাধাৰণ মানুহৰ, বিশেষকৈ মহিলাৰ হাতত যদি ধন আহে, তেন্তে সেয়া পৰিয়ালৰ বাবে এক বৃহৎ উপকাৰ। এক অতি বৃহৎ উদ্যোগ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে। ইয়াত আটাইতকৈ ডাঙৰ খবৰটো হ’ল কেন্দ্রীয় চৰকাৰৰ নতুন আঁচনিটো হ’ল এতিয়াৰ পৰা এই আঁচনিটোত ১২০০০ টকা দিয়া হ’ব ৷ কিন্তু ইয়াৰ লগে লগে আন এটা ডাঙৰ খবৰ হ’ল ইয়াত পুৰুষেও টকা পাব আৰু তেওঁলোকৰ একাউণ্টত ৬০০০ টকা প্ৰৱেশ কৰিব।

কিন্তু এই আঁচনিৰ পইচা আপুনি একেলগে নাপাব, এই টকা ৬ কিস্তিৰ জৰিয়তে বেংক একাউণ্টত প্ৰৱেশ কৰিব। ইয়াৰ পূৰ্বে মুঠ ২০০০ৰ পৰা ৬০০০ টকা কৃষকক তিনিটা কিস্তিত প্ৰদান কৰা হৈছিল। কিন্তু এতিয়াৰ পৰা প্ৰতি ২ মাহৰ মূৰে মূৰে ২০০০ টকা মুঠ ১২০০০ টকা দিব।

লগতে চাওক – নতুন Credit Card-ৰ বাবে কেনেকৈ আবেদন কৰিব !

অৱশ্যে এই সুবিধা প্ৰথমে মহিলাৰ বাবে প্ৰৱৰ্তন কৰা হ’ব আৰু পুৰুষে আগৰ দৰেই লাভ কৰিব। অৰ্থাৎ মহিলাসকলে মাহে ১২০০০ টকা আৰু পুৰুষে ৬০০০ টকাকৈ পাব।

এই আঁচনিৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত গৈ পোনপটীয়াকৈ অনলাইন আবেদন কৰিব লাগিব। আঁচনিৰ আকাংক্ষীসকলৰ ইয়াত আবেদন কৰিবলৈ আধাৰ কাৰ্ড থাকিব লাগিব। এনে ক্ষেত্ৰত আপুনি এই ৱেবছাইট https://pmkisan.gov.in/ ত গৈ পোনপটীয়াকৈ আবেদন কৰিব পাৰিব।

1 thought on “কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ২০২৪, আবেদন কৰিলে ১২,০০০ টকা পাব !”

Leave a Comment