বিদ্যুৎ বিভাগত নিযুক্তি, দৰমহা ৬০,০০০/- টকা

WhatsApp Follow

Electricity Dept Recruitment 2024 – দীৰ্ঘদিন ধৰি চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা আৰু উচ্চ দৰমহা পোৱা, কাম কৰিবলৈ ইচ্ছুক চাকৰিৰ আকাংক্ষীসকলৰ বাবে এয়া এক সোণালী সুযোগ। যদি আপুনি দেশৰ অন্যতম বিখ্যাত বিদ্যুৎ উৎপাদন কোম্পানী এটাৰ লগতে কাৰ্যালয়ৰ চাকৰিৰ প্ৰতি আগ্ৰহী তেন্তে সোনকালে জানি লওক সবিশেষ তলত আলোচনা কৰা হৈছে।

নিযুক্তি সংস্থা – কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ তত্বাৱধানত National Thermal Power Corporation বা NTPC-য়ে নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে। দেশৰ অন্যতম বিখ্যাত বিদ্যুৎ উৎপাদন কোম্পানী আৰু কাৰ্যালয়।

পদৰ নাম – NTPC limited লিমিটেডে এই নিযুক্তিৰ জৰিয়তে সহকাৰী প্ৰবন্ধক (বিত্ত) পদত নিযুক্তি দিব।

শিক্ষাগত অৰ্হতা – চৰকাৰী অধিসূচনাত বিতংভাৱে উল্লেখ কৰা ধৰণে সংশ্লিষ্ট ক্ষেত্ৰত বিশেষ অৰ্হতা আৰু দক্ষতা থাকিব লাগিব।

প্ৰাৰ্থীৰ বয়সৰ সীমা – উচ্চ বয়সৰ সীমা ৩৭ বছৰ। অৰ্থাৎ এই বয়সৰ তলৰ যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰিব।

মাহিলী দৰমহা – নিযুক্তিৰ পিছত প্ৰতিজন কৰ্মচাৰীৰ গড় মাহিলী দৰমহা ৬০,০০০/- টকাৰ পৰা আৰম্ভ হৈছে।

আবেদন পদ্ধতি – নিৰ্দিষ্ট পদক্ষেপৰ জৰিয়তে অনলাইন আবেদন কৰক।

আৰু পঢ়ক – Oil India-ত এপ্ৰেণ্টিছ নিযুক্তি, শিক্ষাগত অৰ্হতা মাধ্যমিক উত্তীৰ্ণ

১/ তলত দিয়া কেৰিয়াৰ বিকল্পৰ লগতে NTPC-ৰ অফিচিয়েল ৱেবছাইট জাওক।

২) বৈধ আৰু সক্ৰিয় ইমেইল আইডি আৰু মোবাইল নম্বৰৰ সৈতে অনলাইন পঞ্জীয়ন কৰক।

৩) অনলাইন ফৰ্মত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি পূৰণ কৰক।

৪) পাছপ’ৰ্টৰ আকাৰৰ ফটোৰ লগতে সকলো গুৰুত্বপূৰ্ণ নথি আপলোড কৰক, এটা এটাকৈ স্বাক্ষৰ কৰক।

৫) শেষত submit বুটামত ক্লিক কৰক আৰু আবেদন কৰাৰ পিছত আবেদন পত্ৰ প্ৰিন্ট কৰক।

আবেদনৰ অন্তিম তাৰিখ – ১৮/০১/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। সকলো লিংক তলত দিয়া হৈছে।

Important Links

Official NotificationClick Here 
Official Website/ Apply OnlineClick Here 

Leave a Comment