Oil India-ত এপ্ৰেণ্টিছ নিযুক্তি, শিক্ষাগত অৰ্হতা মাধ্যমিক উত্তীৰ্ণ

WhatsApp Follow

Oil India Apprentice Recruitment 2024 – অইল ইণ্ডিয়া লিমিটেডে বহু খালী পদৰ বাবে এপ্ৰেণ্টিছ নিযুক্তি দিব। ইয়াত এবছৰৰ প্ৰশিক্ষণ দিয়া হ’ব। অনলাইন আবেদন কৰক। দেশৰ সকলো যোগ্য প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিব পাৰিব। পুৰুষ আৰু মহিলা উভয়ে আবেদন কৰিব পাৰিব। লিখিত পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। অধিক বিৱৰণৰ বাবে এই প্ৰতিবেদন পঢ়ক।

জাননী নং- HRAQ/REC-WP-B/2023-81

জাননী প্ৰকাশৰ তাৰিখ- ৩০/১২/২০২৩

১/ গ্রেড

খালী পদ – ৩৯৬ টা পদ খালী।

যোগ্যতা – মাধ্যমিক উত্তীৰ্ণৰ সৈতে তিনিবছৰীয়া ডিপ্লমা ডিগ্ৰী ইয়াত আবেদন কৰিব পাৰিব।

দৰমহা – প্ৰাৰ্থীক ২৬ হাজাৰৰ পৰা ৯০ হাজাৰ টকাৰ ভিতৰত প্ৰদান কৰা হ’ব।


২/ গ্রেড V

খালী পদ – ২৫ টা পদ খালী।

যোগ্যতা – কৰ্ম অভিজ্ঞতা থকা স্নাতক পক্ষই ইয়াত আবেদন কৰিব পাৰিব।

দৰমহা – প্ৰাৰ্থীক ৩২,০০০ টকাৰ পৰা ১,২৭,০০০ টকাৰ ভিতৰত দিয়া হব।


বয়সৰ সীমা – ৩০ বছৰৰ ওপৰৰ সকলো ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিব পাৰিব।

নিযুক্তি প্ৰক্ৰিয়া – লিখিত পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব।

আবেদনৰ পদ্ধতি – ইয়াত অনলাইন আবেদন কৰক। ইয়াৰ বাবে www.oil-india.com ৱেবছাইট চাওক আৰু আপোনাৰ সকলো তথ্যৰে আবেদন পত্ৰ পূৰণ কৰক। তাৰ পিছত পাছপ’ৰ্টৰ আকাৰৰ ফটো আৰু চহী আপলোড কৰি শেষত ফৰ্মখন জমা দিব। শেষত আবেদন মাচুল জমা দিব লাগিব।

আবেদন মাচুল – কেৱল জেনেৰেল আৰু অ’বিচি প্ৰাৰ্থীয়েহে অনলাইনৰ জৰিয়তে আবেদন মাচুলৰ দিশত ২০০ টকা জমা কৰিব লাগিব।

আৰু পঢ়ক – Indian Railway বহু সংখ্যক নিযুক্তি, দৰমহা ২৫,৫০০/- টকা

গুৰুত্বপূৰ্ণ তাৰিখ – ইয়াত অনলাইন আবেদন কৰাৰ শেষ তাৰিখ ৩০/০১/২০২৪।

Important Links

হোৱাটছএপ চেনেল Join Now

অফিচিয়েল জাননী: Download

অনলাইন আবেদন: Apply Now

অফিচিয়েল ৱেবছাইট: Click Here

4 thoughts on “Oil India-ত এপ্ৰেণ্টিছ নিযুক্তি, শিক্ষাগত অৰ্হতা মাধ্যমিক উত্তীৰ্ণ”

Leave a Comment