এই Scholarship বাবে আবেদন কৰিলে, উচ্চ শিক্ষাৰ বাবে সৰ্বাধিক ১০ লাখ টকা পাব।

WhatsApp Follow

স্নাতক বা অন্যান্য উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰেনে ? উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাবলৈ আগ্ৰহী ? ভাৰতীয়ৰ বাবে বিদেশৰ গ্ৰেট স্কোলাৰশ্বিপ লৈ বিদেশলৈ যাব পাৰিব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ বাবে এক সোণালী সুযোগ আছে। বহু ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা আৰু জীৱনত ডাঙৰ হোৱাৰ সপোন দেখে। কিন্তু টকাৰ অভাৱত সেয়া নহয়। আৰু এই কাৰণেই Scholarship-ৰ সুবিধাৰ প্ৰৱৰ্তন কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰৰ কেইবাটাও Scholarship আছে।

ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বিদেশ Scholarship

কিন্তু আজি আমি আপোনালোকক ক’ম Abroad scholarship বা foreign scholarship ৰ বিষয়ে। Great Scholarship-ৰ জৰিয়তে, বিদেশত অধ্যয়নৰ সপোন দেখি থকা সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে। এই Scholarship, পঢ়াৰ বাবে এটকাও খৰছ কৰিব নালাগে। এই Scholarship-ৰ বাবে আবেদন কৰি বিনামূলীয়াকৈ পঢ়িব পাৰিব। বৰঞ্চ পঢ়া-শুনাৰ লগতে দিনটোত ৪ ঘণ্টা কাম কৰি অতিৰিক্ত উপাৰ্জনৰ সুযোগ পাব। গতিকে এতিয়া যিসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষা দি আছে, তেওঁলোকে এবাৰ চাব চাওক –

What is Great Scholarship 2024 ?

Grete Scholarship হৈছে যুক্তৰাজ্যৰ এক Scholarship। এই Scholarship-ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক দিয়া হয়। এই Scholarship-ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ আমেৰিকাৰ ৭১খন বিশ্ববিদ্যালয়ত বিপণন, ব্যৱসায়, মনোবিজ্ঞান ডিজাইন, মানৱীয় আৰু নৃত্য আদি বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ সুযোগ লাভ কৰিব।

লগতে চাওক – মাত্ৰ ৫ মিনিটত পাওক ৫ লাখ টকা। যদি আপোনাৰ ষ্টেট বেংকত একাউণ্ট আছে তেন্তে আজিয়েই আবেদন কৰক।

ব্ৰিটেইনত অধ্যয়ন কৰা লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি বছৰে এই Scholarship লাভ কৰে। ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবেও শেহতীয়াকৈ আবেদন আৰম্ভ হৈছে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে মুঠ ১৫টা Scholarship লাভ কৰে। আৰু আমাৰ দেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে বিদেশত অধ্যয়ন কৰিব বিচাৰে আৰু এই কাৰণে এই মাষ্টাৰ ডিগ্ৰী বিদেশ Scholarship-ৰ বিষয়ে সকলোৱে জনা উচিত।

Great Scholarship ২০২৪ৰ সুবিধা !

  • ১. এই Scholarship-ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক মুঠ ১০,০০০ পাউণ্ড (গ্ৰেট ব্ৰিটেইন পাউণ্ড) দিয়া হয়।
  • ২. ন্যায় মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্বৰে আৰু ৩টা Scholarship উপলব্ধ। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ৩খন বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰে। কিন্তু তাৰ বাবে আইন আৰু ন্যায় বিভাগত পঢ়িব লাগিব।
  • ৩. ইয়াৰ উপৰিও যিসকলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত অধ্যয়ন কৰি আছে তেওঁলোকে আন দুখন বিশ্ববিদ্যালয়ত (Great Scholarship) অধ্যয়নৰ সুযোগ পাব।

Grete Scholarship ২০২৪ অনলাইন আবেদন প্ৰক্ৰিয়া !

ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে এই Scholarship কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশৰ প্ৰস্তাৱ লাভ কৰিব লাগিব। এই অনুমতি নাপালে নামভৰ্তি বা Scholarship লাভ কৰিব নোৱাৰিব। প্ৰৱেশৰ অফাৰ পোৱাৰ পিছত Scholarship-ৰ বাবে ফৰ্ম পূৰণ কৰিব লাগিব। প্ৰ-পত্ৰ পূৰণ সম্পূৰ্ণ হোৱাৰ কেইদিনমানৰ ভিতৰতে তালিকা প্ৰকাশ কৰা হয়। যিসকল যোগ্য তেওঁলোকৰ নাম তালিকাত থাকিব।

Leave a Comment